Class 11 Advanced Assamese Book Chapter 6 | অধ্যায় ৬ (গোট ১) চামুৰাই | MCQs Short Question Answer |

Chapter 6

চামুৰাই

1.চামুৰাই কবিতাটো কোনে ৰচিছিল ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) মহেন্দ্ৰ বৰা

গ) প্ৰসন্নলাল চৌধুৰী

উত্তৰঃ খ) মহেন্দ্ৰ বৰা

2. মহেন্দ্ৰ বৰাৰ জন্ম  কিমান চনত হৈছিল ?

ক) ১৯২৯ চনত

খ) ১৮৫৯ চনত

গ) ১৭৬৫ চনত

উত্তৰঃ ক) ১৯২৯ চনত

3. মহেন্দ্ৰ বৰাৰ ক’ত জন্ম হৈছিল?

ক) ডিব্ৰুগড়ৰ টিংখাঙত

খ) পলাশবাৰীত

গ) শোণিতপুৰ

উত্তৰঃ ক) ডিব্ৰুগড়ৰ টিংখাঙত

4.  কিমান চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্যাপক নিযুক্ত হয় ? 

ক) ১৮৩৬ চনত

খ) ১৯৬৫ চনট

গ) ১৯৭৩ চনত

উত্তৰঃ গ) ১৯৭৩ চনত

5. মহেন্দ্ৰ বৰা কি কবি ?

ক) নতুন

খ) আধুনিক

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) আধুনিক

6. তেওঁ কেইখন গ্ৰন্থ ৰচনা কৰিছিল ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন

7.  ‘ডন কুইকচোট’, ‘গালিভাৰ’, ‘নীল সাগৰৰ সাধু’ আদি তেওঁৰ কি গ্ৰন্থ ?

ক) আধুনিক গ্ৰন্থ

খ) নতুন গ্ৰন্থ

গ) অনুবাদ গ্ৰন্থ

উত্তৰঃ গ) অনুবাদ গ্ৰন্থ

8. কি সাহিত্যৰ প্ৰতিটো শাখাৰ আলোচনা সন্নিৱিষ্ট এখন গ্ৰন্থ ?

ক) সাহিত্য উপত্ৰুমণিকা

খ) সাহিত্য অনুবাদ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) সাহিত্য উপত্ৰুমণিকা

9. তেওঁ কি নামৰ গ্ৰন্থখনিত সাহিত্যৰ বিভিন্ন দিশ আলোচনা কৰি তেওঁৰ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছিল ?

ক) নীলা সাগৰৰ সাধু

খ) সাহিত্য আৰু সাহিত্য

গ) ডন কুইকচোট

উত্তৰঃ খ) সাহিত্য আৰু সাহিত্য

10. কি কাব্যিক অনুবাদ বৰাৰ পাণ্ডিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি ?

ক) গীতা শাস্ত্ৰ

খ) নাম শাস্ত্ৰ

গ) অসমীয়া শাস্ত্ৰ

উত্তৰঃ ক) গীতা শাস্ত্ৰ

11. অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কিমান চনত তেওঁ সভাপতি আছিল ? 

ক) ১৯৮৬ চনত

খ) ১৮৬৬ চনত

গ) ১৯৮৭ চনত

উত্তৰঃ গ) ১৯৮৭ চনত

12. মহেন্দ্ৰ বৰাৰ কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৬৫ চনত

খ) ১৯৮৭ চনত

গ) ১৯৯৭ চনত

উত্তৰঃ গ) ১৯৯৭ চনত

13. মসীজীৱী শব্দ অৰ্থ কি ?

ক) তৰোৱাল যুঁজাৰু জাতি

খ) কেৰাণী

গ) ধোঁৱা বৰণ

উত্তৰঃ

14. চামুৰাই শব্দ অৰ্থ কি ?

ক) কোৰাণ

খ) মুকুত

গ) সৈনিক পুৰুষ

উত্তৰঃ গ) সৈনিক পুৰুষ

15. বধ শব্দ অৰ্থ কি ?

ক) বোৱাৰী

খ) মুকুতা

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) বোৱাৰী