Class 11 Assamese Book Chapter 3 | অধ্যায় ৩ (গোট ৩) ধনবৰ আৰু ৰতনী | MCQs Short Question Answer |

Chapter 3

ধনবৰ আৰু ৰতনী

1.ধনবৰ আৰু ৰতনী কবিতাটিৰ কবি কোন?

ক) কালিৰাম মেধী

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) প্ৰণয় বৰদলৈ

উত্তৰঃ খ) লক্ষ্মীনাথ বেজবৰুৱা

2. লক্ষ্মীনাথ বেজবৰুৱা কবিতা পুথি এখনৰ নাম লিখা?

ক) কদমকলি

খ) জোনবিৰি

গ) জুনুকা

উত্তৰঃ ক) কদমকলি

3. লক্ষ্মীনাথ বেজবৰুৱা আত্মজীৱনীখনৰ নাম কি?

ক) মোৰ জীৱন সোঁৱৰণ

খ) আত্মানুসন্ধান

গ) অস্তৰাগ

উত্তৰঃ ক) মোৰ জীৱন সোঁৱৰণ

 4. অসমীয়া সাহিত্যত চুটিগল্পৰজনক বুলি কাক কোৱা হয়?

ক) সত্যনাথ বৰা

খ) হোমোন বৰগোহাঞি

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ গ) লক্ষ্মীনাথ বেজবৰুৱা

5. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা?

ক) জোনবিৰি

খ) কৃপাবৰ বৰুৱাৰ ওভতনি

গ) পদুমকলি

উত্তৰঃ ক) জোনবিৰি

6. ‘বাঁহী’ আলোচনীখন কোনে সম্পাদন কৰিছিল?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) জ্যোতি প্ৰসাদ আগৰৱালা

গ) হোমোন বৰগোহাঞি

উত্তৰঃ ক) লক্ষ্মীনাথ বেজবৰুৱা

7. ধনবৰ আৰু ৰতনী’ এটা কি?

ক) বেলাড

খ) চুটিগল্প

গ) সাধুকথা

উত্তৰঃ ক) বেলাড

8. ‘বৰাব’ শব্দৰ অৰ্থ কি?

ক) ঘোৰ শত্ৰু

খ) কপটীয়া

গ) বশ কৰিব

উত্তৰঃ গ) বশ কৰিব

9. লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়?ক) ১৮৬৪ চনত

ক) ১৮৬৪ চনত

খ) ১৮৮৬ চনত

গ) ১৯২৪ চনৰ

উত্তৰঃ গ) ১৯২৪ চনৰ

10. ‘ধনবৰ আৰু ৰতনী’ বেজবৰুৱাৰ কোনখন কাব্যপুথিৰ অন্তগৰ্ত? 

ক) পদুমকলি

খ) কদমকলি

গ) কেঁহোকলি

উত্তৰঃ খ) কদমকলি