Class 11 Assamese Book Chapter 4 | অধ্যায় ৪ (গোট ৩) বনকুঁৱৰী | MCQs Short Question Answer |

Chapter 4

বনকুঁৱৰী

1. ‘বনকুঁৱৰী’ কবিতাটিৰ ৰচক কোন?

ক) দেৱকান্ত বৰুৱা

খ) সত্যনাথ বৰা

গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ গ) চন্দ্ৰকুমাৰ আগৰৱালা

2. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম লিখা?

ক) উভতি নহাৰ কবিতা

খ) বনকুঁৱৰী

গ) ধনবৰ আৰু ৰতনী

উত্তৰঃ খ) বনকুঁৱৰী

3. ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন?

ক) হেমচন্দ্ৰ গোস্বামী

খ) চন্দ্ৰকুমাৰ আগৰৱালা

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ খ) চন্দ্ৰকুমাৰ আগৰৱালা

4. ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?

ক) সত্য়নাথ বৰা

খ) দেৱকান্ত বৰুৱা

গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ গ) চন্দ্ৰকুমাৰ আগৰৱালা

5. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়বস্তু কি?

ক) প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য

খ) ধৰ্ম

গ) কু-সংস্কাৰ

উত্তৰঃ ক) প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য

6. চন্দ্ৰকুমাৰ আগৰৱালাই পৰিচালনা কৰা এখন বাতৰি কাকতৰ নাম লিখা?

ক) অসমীয়া

খ) বীণবৰাগী

গ) প্ৰতিমা

উত্তৰঃ ক) অসমীয়া

7. ‘বনকুঁৱৰী’ কবিতাটো কোনখন কবিতা পুথিৰ অন্তগৰ্ত?

ক) বীণবৰাগী

খ) প্ৰতিমা

গ) কদমকলি

উত্তৰঃ খ) প্ৰতিমা

8. কিমান চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মৃত্যু হয়?

ক) ১৮৮৯ চনত

খ) ১৮৬৭ চনত

গ) ১৯৩৮ চনত

উত্তৰঃ গ) ১৯৩৮ চনত

9. ‘বিজন’ শব্দৰ অৰ্থ কি?

ক) নিস্তব্ধ

খ) অমৃতৰ দৰে

গ) জনহীন

উত্তৰঃ গ) জনহীন

10.  ‘দোৱযোনি’ শব্দৰ অৰ্থ কি? 

ক) উপদেৱতা

খ) এক শ্ৰেণীৰ প্ৰেত

গ) সৰু লতা

উত্তৰঃ ক) উপদেৱতা