Class 11 Assamese Book Chapter 5 | অধ্যায় ৫ (গোট ১) গিবন | MCQs Short Question Answer |

Chapter 5

গিবন

1.’গিবন’ পাঠটোৰ লিখক কোন?

ক) হোমেন বৰগোহাঞি

খ) চৈয়দ আব্দুল মালিক

গ) প্ৰণয় বৰদলৈ

উত্তৰঃ ক) হোমেন বৰগোহাঞি

2. ‘গিবন’ পাঠটো কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে?

ক) স্বৰ্গ আৰু নৰক

খ) আত্মানুসন্ধান

গ) অস্তৰাগ

উত্তৰঃ ক) স্বৰ্গ আৰু নৰক

3. এডৱাৰ্ড গিবনৰ অমৰ কীৰ্তিখনৰ নাম কি?

ক) The History of the Decline and Fall of the Roman Empire

খ) The World as Will and Representation

গ) The Social Contract

উত্তৰঃ ক) The History of the Decline and Fall of the Roman Empire

4. ‘Age of Reason’ গ্ৰন্থখনৰ লেখক কোন?

ক) টমাছ পেইন

খ) ভল্তেয়াৰ

গ) এডৱাড গিবন

উত্তৰঃ ক) টমাছ পেইন

5. শ্বপেনহাৱাৰ কোন আছিল?

ক) জাৰ্মান দাশনিক

খ) ফৰাছী দাৰ্শনিক আৰু চিন্তাবিদ

গ) ফ্ৰান্সৰ বিখ্যাত লেখক-দাৰ্শনিক

উত্তৰঃ ক) জাৰ্মান দাশনিক

6. ‘আলেকজোন্দ্ৰিয়ান কোৱাটেৰ্ট’ নামৰ উপন্যাসখনৰ লেখক কোন আছিল?

ক) জন মিল্টন

খ) টমাছ পেইনৰ

গ) লৰেঞ্চ জৰ্জ ডাৰেল

উত্তৰঃ গ) লৰেঞ্চ জৰ্জ ডাৰেল

7. ৰুছোৰ আত্মজীৱনিখনৰ নাম কি? 

ক) The Social Contract

খ) Confessions

গ) Adolphe

উত্তৰঃ খ) Confessions

8. ‘অভিপ্ৰেত’ শব্দৰ অৰ্থ কি?

ক) শাশ্বত

খ) পাশৱিক

গ) বুজাব খোজা

উত্তৰঃ গ) বুজাব খোজা

9. বৰ্তমান ইটালীৰ ৰাজধানী কোনখন?

ক) ৰোম

খ) লুছান

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰোম

10. শ্বপেনহাৱাৰৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

ক) The Social Contract

খ) The History of the Decline and Fall of the Roman Empire

গ) The World as Will and Representation

উত্তৰঃ গ) The World as Will and Representation