Class 11 Chemistry Assamese medium | Chapter 1 (Part 1) | অধ্যায় ১ | ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা SOME BASIC CONCEPTS OF CHEMISTRY | HS 1st Year Chemistry Suggestion Assam |

Chapter 1

ৰাসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা

(SOME BASIC CONCEPTS OF CHEMISTRY)

1.1 তলৰ দিয়াবোৰৰ আণৱিক ভৰ গণনা কৰা-

i. H2             ii. CO2               iii. CH4

1.2 ছ’ডিয়াম ছালফেটত (Na2 SO4) থকা মৌলবোৰৰ শতকৰা ভৰ গণনা কৰা।

1.3 আইৰনৰ এটা অক্সাইডত ভৰ হিচাপে 77.7% Fe আৰু 22.3% অক্সিজেন আছে। যৌগটোৰ আনুভৱিক সূত্ৰ নিৰ্ণয় কৰা।

1.4 উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ গণনা কৰা যেতিয়া

i. বায়ুত 1 mol কাৰ্বন জ্বলোৱা হয়।

ii. 16 g ডাই অক্সিজেনৰ উপস্থিতিত 1 mol কাৰ্বন জ্বলোৱা হয়।

iii. 16 g ডাই অক্সিজেনৰ উপস্থিতিত 2 mol কাৰ্বন জ্বলোৱা হয়।

1.5 0.375 গাঢ়তাৰ 500 mL দ্ৰব প্ৰস্তুত কৰিবলৈ কিমান গ্ৰাম ছ’ডিয়াম এছিটেটৰ (CH3COONa)প্ৰয়োজন হ’ব গণনা কৰা। (ছ’ডিয়াম এছিটেটৰ ম’লাৰ ভৰ82.0245g mol-1)

1.6 1.41 g mL-1ঘনত্বৰ দ্ৰব এটাত নাইট্ৰিক এছিডৰ শতকাৰা ভৰ 69% হ’লে দ্ৰবটোৰ ম’লাৰ গাঢ়তা গণনা কৰা।

1.7 100 g কপাৰ ছালফেটৰক পৰা (CuSO4) কিমান গ্ৰাম কপাৰ পোৱা যাৱ গণনা কৰা।

1.8 আইৰনৰ এটা অক্সাইডত ভৰ হিচাপে 69.9% আইৰন আৰু 30.1% অক্সিজেন আছে। অক্সাইডটোৰ আণৱিক ভৰ গণনা্ কৰা।

1.9 তলত দিয়া তথ্যসমূহৰ পৰা ক্লি’ৰিনৰ গড় পাৰমাণৱিক ভৰ গণনা কৰা-

সমাস্থানিকআপেক্ষিক প্ৰাচুৰ্য্য (%)পাৰমাণৱিক ভৰ
35CI75.7734.9689u
37CI24.2336.9659u

1.10 3 mol ইথেনত (C2H6) থকা নিমনুক্তবোৰ গণনা কৰা্।–

i. কাৰ্বন পৰমাণুৰ ম’ল

ii. হাইড্ৰ’জেন পৰমাণুৰ ম’ল

iii. ইথৈন অনুৰ সংখ্যা্

1.11 20g চেনি (C12H22O11) পানীত দ্ৰবীভূত কৰি দ্ৰবটোৰ আয়তন 2 L কৰা কৰা হৈছে। দ্ৰবটোৰ গাঢ়তা mol L-1হিচাপে গণনা কৰা।

1.12 মিথালনৰ ঘনত্ব 0.793 kg L-1হ’লে 0.25 M গাঢ়তাৰ 2.5 L কিমান আয়তনৰ মিথালনৰ প্ৰয়োজন হ’ব গণনা কৰা।

1.13 চাপ হ’ল প্ৰতি একক ক্ষেত্ৰফলত প্ৰযুক্ত বল।

1.14 ভৰৰ SI একক কি? ইয়াৰ সংজ্ঞা কেনোদৰে দিয়া হয়?

1.15 তলৰ পূৰ্বপদবোৰক গুণিতকৰ (multiples)সৈতে মিলেৱা-

পূৰ্বপদগুণিতক
মাইক্ৰ’106
ডেকা109
মেগা10-6
গিগা10-15
ফেমট’10

1.16 তাৎপৰ্য্যপূৰ্ণ অংক বুলিলে কি বুজা?

1.17 ক্লৰ’ফৰ্ম (CHCI3) হ’ল কেন্সাৰ সৃষ্টিকাৰি পদাৰ্থ। খোৱাপানীৰ এটা নমুনাত বহুত বেছি পৰিমাণেক্লৰ’ফৰ্মৰ হৈ আছে আৰু ভৰ হিচাপে ইয়াৰ পৰিমাণ 15 ppm (parts per million) ।

1.18 তলত দিয়াবোৰ বিজ্ঞানসন্মত লিপিত লিখা-

i. 0.0048

ii. 234000

iii. 8008

iv. 500.0

v. 6.001

1.19 নিম্নোক্ত প্ৰতিটোকে তিনিটা তাৎপৰ্য্যপূৰ্ণ অংক কিমান আছে লিখা-

i. 0.0048

ii. 234000

iii. 8008

iv. 500.0

v. 6.001

vi. 6.0012

1.20 নিম্নোক্ত প্ৰতিটোকে তিনিটা তাৎপৰ্য্যপূৰ্ণ অংকবিশিষ্ট সংখ্যালৈ স্থুলমান বিশিষ্ট কৰা-

i. 34.216

ii. 10.4107

iii. 0.04597

iv. 2808

1.21 ডাইনাইট্ৰ’জেন আৰু ডাইটঅক্সিজেনে লগ লাগি উৎপন্ন কৰা বিভিন্ন যৌগৰ বাবে নিম্নোক্ত তথ্যখিনি পোৱা গৈছে-

যৌগডাইনাইট্ৰ’জেনৰ ভৰডাইঅক্সিজেনৰ ভৰ
I14g16g
II14g32g
III28g32g
Iv28g80g

(a) এই তথ্যখিনিয়ে কোনটো ৰাসায়নিক সংযোগৰ সূত্ৰ মানি চলে দেখুওৱা আৰু সূত্ৰটো লিখা।

(b) তলৰ পৰিবৰতনবোৰত খালি ঠাই পূৰ্ণ কৰা-

i. 1km =                 mm =                     pm

ii. 1ml =                  L =               dm3=                     m3

iii. 1mL =                L =               dm3 =                   m3

1.22 পোহৰৰ বেগ  m s-1হ’লে 2.00 ns সময়ত পোহৰে কিমান দূৰত্ব অতিক্ৰম অতিক্ৰম কৰিব গণনা কৰা্।

1.২৩ A+Bà ABবিক্ৰিয়াটোৰ ক্ষেত্ৰত তলৰ প্ৰতিটো বিক্ৰিয়া মিশ্ৰৰ বাবে সীমিতকাৰী বিকাৰক যদি আছে চিহ্নিত কৰা-

i. A ৰ 300 টা পৰমাণু + Bৰ 200 অণু

ii. A ৰ 2 mol + B ৰ 3 mol

iii. A ৰ 100 টা পৰমাণু + B ৰ 100 টা অণু

iv. A ৰ5 mol + B ৰ

v. A ৰ 2.5mol + B ৰ 5 mol

1.24 তলত দিয়া ৰাসায়নিক সমীকৰণ অনুসৰি ডাইহাইড্ৰ’জেন আৰু হাইড্ৰ’জেনৰ মাজত ঘটি এমনিয়া প্ৰস্তুত হয়।

N2(g) + 3H2 (g)      2NH3(g)

(i) (g) ডাইহাইড্ৰ’জেন আৰু ডাইহাইড্ৰ’জেনৰ মাজত বিক্ৰিয়াৰ ফলত কিমান ভৰৰ এমনিয়া উৎপন্ন হ’ব গণনা কৰা।

(ii) বিক্ৰিয়াত বিক্ৰিয়ক দুটাৰ যি কোনো এটাৰ এটা অংশ বিক্ৰিয়াত ভাগ নোলোৱাকৈ থাকিবনে?

(iii) যদি থাকে, কোনটো বিক্ৰিয়ক থাকিব আৰু তাৰ কিমান ভৰ হ’ব?

1.25 0.50 mol Na2 CO3 আৰু 0.50 M Na2 CO3 ৰ মাজত পাৰ্থক্য দেখুওৱা।

1.26 10 আয়তন ডাইহাইড্ৰ’জেন গেছে 5 আয়তন ডাইঅক্সিজেন গেছৰ সৈতে (একে চাপ আৰু উষ্ণতাত) বিক্ৰিয়া কৰিলে কিমান আয়তন জলীয় বাষ্প প্ৰস্তুত হ’ব?

1.27 মৌলিক এককলৈ পৰিবৰ্তিত কৰা-

i. 28.7pm

ii. 15.15 pm

iii. 25365 mg

1.28 তলৰ কোনটোত পৰমাণুৰ সংখ্যা সৰ্বাধিক?

i. 1 g Au (s)

ii. 1 g Na (s)

iii. 1 g Li (s)

iv. 1 g CI2 (g)

1.29 ইথানলৰ জলীয় দ্ৰব এটাত ইথানলৰ ম’ভগ্নাংশ 0.040 হ’লে দ্ৰবটোৰ মলেলিট গণনা কৰা।

1.30 এটা ১২C পৰমাণুৰ ভৰ গ্ৰাম হিচাপে কিমান হ’ব?

1.31 তলত দিয়া প্ৰতিতো গণনাৰ উত্তৰত কিমানটাকৈ তাৎপৰ্য্যপূৰ্ণ অংক থাকিব গণনা কৰা-

i.  

ii. 

iii. 0.0125+0.7864+0.0215

1.32 lnl দিয়া তথ্যৰপৰা আৰ্গনৰ ম’লাৰ ভৰ গণনা কৰা-

সমস্থানিকসমাস্থানিকৰ মলাৰ ভৰপ্ৰাচুৰ্য্য
36Ar35.96755 gmol-10.337%
38Ar37.96272 g mol-10.063%
40Ar39.9624 g mol-199.600%

1.33 নিম্নোক্ত প্ৰতিটোতে পৰমাণুৰ সংখ্যা গণনা কৰা।

i. 52 mol Ar

ii. 52 u He

iii. 52 g He

1.34 এবিধ ইন্ধন গেছ অকল কাৰ্বন আৰু হাইড্ৰ’জেনেৰ গঠিত। এই গেছটোৰ অলপ মান অক্সিজেনৰ উপস্তিতিত দহন কৰাত 3.38 g Co2 আৰু 0.690 g H2O পোৱা গ’লে (আন বিক্ৰিয়াজাত পদাৰ্থ নাই)। প্ৰ উ চাত (STP) গেছটোৰ 10.0L আয়তনৰ ভৰ 11.6 g হ’লে ইয়াৰ i. অনুভৱিক সংকেত, ii. ম’লাৰ ভৰ আৰু iii. আণৱিক সংকেত গণনা কৰা।

1.35 কেলছিয়াম কাৰ্বনেট আৰু HCI ৰ মাজত বিক্ৰিয়া ঘটিলে CaCi2 আৰু CO2 উৎপন্ন হয়। বিক্ৰিয়াতো হ’ল

CaCO(S)+2HCI (aq) à CaCI(aq)+CO2 (g) + H2O (1)

0.75 M গাঢ়তাৰ 25 mL HCI ৰ সৈতে সম্পূৰ্ণৰূপে বিক্ৰিয়া কৰিবলৈ কিমান গ্ৰাম CaCO3 ৰ প্ৰয়োজন হ’ব গণনা কৰা।

1.36 পৰীক্ষাগাৰৰ মেংগানিজ ডাইঅক্সাইড (MnO2) আৰু হাইড্ৰক্ল’ৰিক এছিডৰ মাজত বিক্ৰিয়া ঘটাই ক্ল’ৰিন গেছ প্ৰস্তুত কৰা হয়। বিক্ৰিয়াটো হ’ল-

4 HCI (aq) + MnO2 (S) à 2 H2O (1) + MnCI2 (aq) à CaCI2 (aq) + CI2 (g)

5.0  g MnO2 ৰ সৈতে সম্পূৰ্ণৰূপে বিক্ৰিয়া কৰিবলৈ কিমান গ্ৰাম HCI লাগ্ব গণনা কৰা।