Class 11 Economics Book Chapter 3 (Part 1) | তৃতীয় অধ্যায় তথ্যসমূহৰ উপস্থাপন | Question And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ |

Chapter 3

তথ্যসমূহৰ উপস্থাপন

১। উত্তৰ দিয়াঃ

(ক) তালিকা এখনৰ প্ৰথম স্তম্ভ কি?

উত্তৰঃ

(খ) বিন্দু মানচিত্ৰ কি?

উত্তৰঃ

(গ) বাৰংবাৰতা লেখ কি?

উত্তৰঃ

(ঘ) বাৰংবাৰতা বহুভূজ বুলিলে কি বুজা?

উত্তৰঃ

(ঙ) আয়ত ক্ষেত্ৰ কেনেকৈ আকিব পাৰি?

উত্তৰঃ

(চ) ভঙামাৰি চিত্ৰ কেনেকৈ পৈব পাৰি?

উত্তৰঃ

২। তথ্য উপস্থাপনৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ

৩। যি কোনো চাৰিটা তথ্য উপস্থাপন পদ্ধতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

৪। তলৰ বস্তুখিনি উপযুক্ত চিত্ৰৰ সহায়ত উপস্থাপন কৰা।

বছৰঃ    2000    2001    2002    2003

ছাত্ৰ ছাত্ৰী সংখ্যাঃ    500    550    600    700

৫। শ্ৰেণীত ৩০ জন ছাত্ৰৰ অৰ্থনীতি বিষয়ত পোৱা নম্বৰ দিয়া হৈছ। শ্ৰেণী অন্তৰাল ১০ লৈ এখন বাৰংবাৰতা বিভজন তালিকা প্ৰস্তুত কৰা।

10    15    60    50    40    41    45    30    30    20    25    55    58    56    40    15    60    50    40    43    25    10    12    35    35    51    55    33    20    45

৬। প্ৰদত্ত তথ্যৰ সহায়ত কৌণিক বা পাই চিত্ৰ অংকন কৰা।

শিতান ঃ    খাদ্য    বস্ত্ৰ    ইন্ধন/পোহৰ    অন্যান্য

ব্যয়ৰ পৰিমাণ (টকাত) ঃ    2000    1000    500    2500

CBSE sample questions :

1. What is array?

2. Following are the marcks obtained by 20 students in an Economics Test :

5, 16, 17, 17, 20, 21, 22, 22, 22, 25, 26, 26, 30, 31, 31, 34, 35, 42, 48.

Prepare a frequency distribution taking class interval of 10 using exculsive and inclusive method.

3. Define frequency polygon.

4. explain the main parts of a good statistical table.

5. define a historgram and frequency.

6. Discuss the utility of diagrammatic presentation.