Class 11 Economics Book Chapter 4 (Part 1) | চতুৰ্থ অধ্যায় কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ | Question And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ |

Chapter 4

কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ

১। চমু উত্তৰ দিয়া

( ক ) লৰেন্স জে কেপ্লেনে কেন্দ্রীয় প্রবৃত্তিৰ মাপ সম্পর্কে আগবঢ়োৱা মতটো লিখা ।

উত্তৰঃ

( খ ) “ ক্রমবর্ধমান বা ক্রমহ্রাসমান ৰূপত সজোৱা সংখ্যা কেতবােৰৰ মধ্যমূল্য বা দুটা মধ্যমূল্যৰ গাণিতিক মাধ্যকে মাধ্যিকী বুলি ক’ব পাৰি ” —এই মত কোনে আগবঢ়াইছিল ?

উত্তৰঃ

( গ ) বহুলক কাক বােলে ?

উত্তৰঃ

( ঘ ) লঞ্জে ৰেখা বুলিলে কি বুজা ?

উত্তৰঃ

( ঙ ) লঞ্জে ৰেখাৰ সহায়ত কি কি অধ্যয়ন কৰিব পাৰি ?

উত্তৰঃ

২। অর্থ লিখা ?

( ক ) মাধ্যকী

উত্তৰঃ

( খ ) বহুলক

উত্তৰঃ

( গ ) প্ৰসাৰ বা বিস্তাৰ

উত্তৰঃ

( ঘ ) লঞ্জে ৰেখা

উত্তৰঃ

( ঙ ) গিনি সহগ

উত্তৰঃ

৩। গাণিতীয় মাধ্য কি? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

৪। মানক বিচলনৰ দুটা গুণ আৰু দুটা দোষ লিখা।

উত্তৰঃ

৫। এক বহুলক আৰু দ্বি-বহুলকৰ পাৰ্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ

৬। পৰিসৰ কি? তলৰ তথ্যৰ পৰা পৰিসৰ নিৰ্ণয় কৰা।

    ৪৬, ৫৭, ২৪, ৬৫, ৮৫, ৬১, ৫৮

উত্তৰঃ

৭। অসমূহিত বা অমণ্ডলীকৃত তথ্যৰাশি আৰু সমূহিত বা মণ্ডলীকৃত তথ্যৰাশিৰ মাধ্যিক্য কি দৰে নিৰূপণ কৰা হয়?

উত্তৰঃ

৮। তলত কেতবোৰ ওজন (গ্ৰামৰ হিচাপত) দিয়া হৈছে। সংখ্যা কেইটাৰ মাধ্য বিচলন নিৰ্ণয় কৰা।

    ৭০, ৮০, ৭০, ৮০ আৰু ৬০।

উত্তৰঃ

৯। তলত দিয়া সংখ্যা কেইটাৰ মানক বিচলন বা বিচ্যুতি নিৰ্ণয় কৰা।

উত্তৰঃ

১০। তলত দিয়া ৰাশিকেইটাৰ বহুলক ননৰ্দ্ধাৰণ কৰকা।

    ৩, ৫, ২, ৬, ৫, ৯, ৫, ২, ৮, ৬

উত্তৰঃ

১১। তলৰ তথ্যৰ পৰা চতুৰ্থক বিচ্যুত নিৰূপণ কৰা।

ৰোল নং ঃ    ১    ২    ৩    ৪    ৫    ৬    ৭

নম্বৰ ঃ     ২০    ২৮    ৪০    ১২    ৩০    ১৫    ৫০

উত্তৰঃ

১২। কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখবোৰ কি কি? সমান্তৰ মধ্যক কিয় আদৰ্শৰ জোখ হিচাপে বিবেচিত হয়? কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখবোৰৰ কোনটো আটাইতকৈ প্ৰতিনিধিত্বমূলক?

উত্তৰঃ

CBSE Sample question

1. When Wold you consider the median to be a better representative of the data Discuss.

2. Which average is affected most by the presence of extreme items

(a) median

(b) arthmetic mean

(c) mode?

4. Which Measure of disw persion is best and how?

5. What is a lorenz Curve? How is it derived?

7. Name any two positional values.

8. What are the essentials of a good average?

9. What are the demerits of median?

10. Write the formula for the Calculation of median.