Class 11 Economics Book Chapter 5 (Part 2) | পঞ্চম অধ্যায় মানৱ মূলধন গঠন | Question And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ |

Chapter 5

মানৱ মূলধন গঠন

১। উত্তৰ দিয়াঃ

(ক) মানৱ মূলধন মানে কি?

উত্তৰঃ

(খ) ভৌতিক মূলধনৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ

(গ) ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত মৃত্যুহাৰ কিমান?

উত্তৰঃ

(ঘ) ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষত শিশুৰ মৃত্যুৰ হাৰ কিমানলৈ হ্রাস হৈছে?

উত্তৰঃ

 (ঙ) একাদশ পঞ্চবার্ষিক পৰিকল্পনাত শিক্ষাৰ শিতানত হ’বলগীয়া ব্যয়ৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ধার্য্য কৰা হৈছে?

উত্তৰঃ

(চ) শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন কেতিয়াৰ পৰা বলবৎ কৰা

উত্তৰঃ

(ছ) প্রাথমিক শিক্ষা সম্পর্কীয় দুখন আঁচনিৰ নাম লিখা।

উত্তৰঃ

২। সম্পর্ক ব্যাখ্যা কৰাঃ

(ক) জনসংখ্যা আৰু মানৱ মূলধন;

উত্তৰঃ

(খ) মানৱ মূলধন আৰু মানৱ উন্নয়ন;

উত্তৰঃ

(গ) আবৱবিক মূলধন আৰু মানৱ মূলধন;

উত্তৰঃ

(ঘ) HUDCO গ্রাম্য স্বাস্থ্য অভিযান;

উত্তৰঃ

(ঙ) ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান;

উত্তৰঃ

৩। মানৱ মূলধনৰ যি কোনাে চাৰিটা উৎস ব্যাখ্যা কৰা।

উত্তৰঃ

৪। ভাৰতত মানৱ মূলধন গঠনৰ চাৰিটা সমস্যা লিখা।

উত্তৰঃ

৫। মানৱ মূলধন আৰু অর্থনৈতিক উন্নয়নৰ সম্পর্ক ফঁহিয়াই দেখুওৱা।

উত্তৰঃ

৬। মানৱ মূলধনৰ ধাৰণাটো তােমাৰ ভাষাৰে ব্যাখ্যা কৰা।

উত্তৰঃ

৭। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত এটি তুলনামূলক টোকা লিখা।

উত্তৰ

৮। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইনখনৰ মুখ্য দফা কেইটা ব্যাখ্যা কৰা।

উত্তৰঃ

৯। চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলৰ সাক্ষৰতাৰ হাৰ নিম্ন কিয়? 

উত্তৰঃ

১০। ভাৰতবৰ্ষৰ স্বাস্থ্য সেৱা খণ্ডৰ মূল সমস্যা চাৰিটা ব্যাখ্যা কৰা।

উত্তৰঃ

১১। বিশুদ্ধ খােৱা পানীৰ যােগান আৰু নিৰাময়ৰ সা-সুবিধাবােৰ উপলদ্ধিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অগ্রগতিৰ এক খতিয়ান দাঙি ধৰা। 

উত্তৰঃ

১২। ভাৰত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ