Class 12 Assamese Book Chapter 3 (Part 1) | অধ্যায় ৩ আনন্দৰাম বৰুৱা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

আনন্দৰাম বৰুৱা

১) অমৃত মানে কি?
উত্তৰঃ 
অমৃত মানেসুধা বা এবিধ ৰস।


২) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃ 
আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ হ’ল কৰ্ম।


৩) কোনখন সংস্কৃতি গ্ৰন্থ আনন্দৰামে ল’ৰালিকালতে কণ্ঠস্থ কৰিব পাৰিছিল?
উত্তৰঃ ‘অমৰকোষ’ সংস্কৃতি গ্ৰন্থ আনন্দৰামে ল’ৰালিকালতে কণ্ঠস্থ কৰিব পাৰিছিল ।


৪) আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?
উত্তৰঃ
 আনন্দৰাম বৰুৱাই উপেন্দ্ৰ চন্দ্ৰ লেখাৰু চৰ্চা কৰিছিল ।

৫)  ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমজন অসমীয়া কোন?

উত্তৰঃ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমজন অসমীয়া হ’ল- আনন্দৰাম বৰুৱা ।

৬) আনন্দৰাম বৰুৱাৰ জন্ম হোৱা জিলাখনৰ নাম কি?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম হোৱা জিলাখনৰ নাম হ’ল- গুৱাহাটীৰ ।

৭) উপেন্দ্ৰ চন্দ্ৰ লেখাৰু কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ১৯৭৯ চনত মৃত্য়ু হৈছিল ।

৮) ভাৰত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল? 

উত্তৰঃ  ভাৰত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা  ইউৰোপলৈ গৈছিল ।

৯) আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ।

১০) কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?

উত্তৰঃ ‘মূল্য়বান সংস্কৃত গ্ৰন্থ’ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব ।

১১) আনন্দৰাম বৰুৱা কলিকতা প্ৰেছিডেন্সী কলেজৰ পৰা  কিমান চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা কলিকতা প্ৰেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত  আইনৰ স্নাতক ডিগ্ৰী লাভ

 কৰিছিল ।

১২) আনন্দৰাম বৰুৱা কিমান চনত মৃত্য়ু হৈছিল? 

উত্তৰঃ আনন্দৰাম বৰুৱা ১৮৮৯ চনত মৃত্য় হৈছিল ।

১৩) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুয়ে ‘অসমীয়া’ বিষয়ৰ উপৰি আৰু কি ভাষাত এম.এ.ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুয়ে ‘অসমীয়া’ বিষয়ৰ উপৰি আৰু বাংলা ভাষাত এম.এ.ডিগ্ৰী লাভ কৰিছিল ।

১৪) উপেনন্দ্ৰ চন্দ্ৰ লেখাৰু উল্লেখযোগ্য় সম্পাদিত গ্ৰন্থ কি?

উত্তৰঃ  উপেনন্দ্ৰ চন্দ্ৰ লেখাৰু উল্লেখযোগ্য় সম্পাদিত গ্ৰন্থ খন হল- ‘কথা সাহিত্য়’ ।

১৫) ‘কথা-গুৰু-চৰিত’ কোনে সম্পাদনা কৰিছিল ?

উত্তৰঃ ‘কথা-গুৰু-চৰিত’ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰিছিল । 

১৬) আনন্দৰাম বৰুৱা কাৰ সন্তান আছিল ?

উত্তৰঃ  আনন্দৰাম বৰুৱা দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ সন্তান আছিল ।

১৭) আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত আৰু সাহিত্য়ৰ চৰ্চা কৰিছিল। 

১৮)  ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈ পৰিছিল ?

উত্তৰঃ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ।

 

১৯) আন্দৰাম বৰুৱাই প্ৰাগজ্য়োতিষপুৰ  সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ?

উত্তৰঃ ‘প্ৰাগজ্য়োতিষপুৰ সম্ভৱম্’ বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।

২০) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম ।

Type by- Mandira Saha