Class 8 Assamese Chapter 20 MCQ’s Jatiya Bidyalaya | লাচিত বৰফুকন | AJB Class 8 Assamese Chapter 20 MCQ’s Assamese Medium | Class 8 Assamese Chapter 20 | MCQ’s Type Question Answer |

Chapter- 20

লাচিত বৰফুকন

1. ৰামসিংহ ক’ৰ ৰজা আছিল?

(ক) ৰাজপুতৰ

(খ) গুৱাহাটীৰ

(গ) ডিব্ৰুগড়ৰ

উত্তৰ- (ক) ৰাজপুতৰ ।

2. লাচিত বৰফুকনৰ জীৱন কাহিনী কেইটা ভাগত ভগোৱা হৈছে?

(ক) দুটা ভাগত

(খ) ছয়টা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰ- (গ) চাৰিটা ভাগত ।

3. কিমান খৃঃত মীৰজুমলাই অসম এৰি থৈ যায়?

(ক) ১৮৬৬

(খ) ১৬৬৩

(গ) ১৭৬৮

উত্তৰ- (খ) ১৬৬৩ ।

4. জয়ধ্বজসিংহ কিমান চনৰ কিমান মাহত মৃত্য়ু  হয়?

(ক) ১৭৮৯ চনৰ মাৰ্চ মাহত

(খ) ১৬৬৩ চনৰ নৱেম্বৰ মাহত

(গ) ১৫৬৮ চনৰ জুন মাহত

উত্তৰ- (খ) ১৬৬৩ চনৰ নৱেম্বৰ মাহত ।

5. জয়ধ্বজসিংহৰ পাছত হোৱা ৰজা জনৰ নাম কি?

(ক) চক্ৰধ্বজসিংহ

(খ) তামুলী বৰবৰুৱা

(গ) তৰুণৰাম ফুকন

উত্তৰ- (ক) চক্ৰধ্বজসিংহ ।

6. ৰাজপুতৰ ৰজা জনৰ নাম কি?

(ক) জয়ধ্বজসিংহ

(খ) ৰামসিংহ

(গ) চক্ৰধ্বজসিংহ

উত্তৰ- (ক) জয়ধ্বজসিংহ ।

7. ড॰ সূৰ্য্য়কুমাৰ ভূঞা জন্ম কিমান চনত হৈছিল?

(ক) ১৮৯৮

(খ) ১৬৭৮

(গ) ১৮৯৪

উত্তৰ- (গ) ১৮৯৪ ।

8. ড॰ সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৮৭৬

(খ) ১৬৭৮

(গ) ১৯৬৪

উত্তৰ- (গ) ১৯৬৪ ।

9. ড॰ সূৰ্য্য়কুমাৰ ভূঞা ক’ত জন্ম হৈছিল?

(ক) নগাঁও

(খ) গুৱাহাটী

(গ) গোলাগাট

উত্তৰ- (ক) নগাঁও ।

10. ক’ত অধ্য়াপনা কৰাৰ লগতে অধ্য়ক্ষও হৈছিল?

(ক) কটন কলেজত

(খ) বিশ্ববিদ্য়ালয়ত

(গ) হাইস্কুলত

উত্তৰ- (ক) কটন কলেজত ।

11. ৰামসিংহই সৈন্য়-সামন্ত লৈ কিহেৰে সেই ঠাইলৈ যাত্ৰা কৰিলে? 

(ক) বাছেৰে

(খ) নাৱেৰে

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) নাৱেৰে ।

12. কিমান সৈন্য় পঠিয়াই ৰামসিংহৰ মনৰ ইচ্ছা পূৰণ কৰিব বুলি জনাই পঠিয়ালে?

(ক) ২০০০

(খ) ২০০০০

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ২০০০০ ।

13. যুদ্ধ প্ৰধানকৈ ক’ৰ আশে-পাশে হৈছিল?

(ক) গুৱাহাটীৰ

(খ) ৰাজপুতৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৱাহাটীৰ ।

14.  ড° সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত জন্ম হৈছিল?

(ক) ১৮৪৯

(খ) ১৮৯৪

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৮৯৪ ।

15.  ড° সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৬৪

(খ) ১৯৩৬

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৯৬৪ ।

16.  ড° সূৰ্য্য়কুমাৰ ভূঞা ক’ত জন্ম হৈছিল?

(ক) নগাঁৱৰ ফৌজদাৰিপট্টিত

(খ) গুৱাহাটীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নগাঁৱৰ ফৌজদাৰিপট্টিত ।

17.কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্য্য় হয়?

(ক) ১৯৫৭-০৬

(খ) ১৯৫৭-৬০

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১৯৫৭-৬০ ।

18. অসম চৰকাৰৰ পুৰাতত্ত্ব আৰু কি বিভাগৰ অন্য়তম প্ৰতিষ্ঠাতা?*

(ক) ইতিহাস

(খ) বুৰঞ্জী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) বুৰঞ্জী ।

19. মুকলি বিপৰীত অৰ্থবোধক শব্দ কি?*

(ক) বন্ধন

(খ) যুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বন্ধন ।

20. প্ৰশংসা বিপৰীত অৰ্থবোধক শব্দ কি? *

(ক) নিন্দা

(খ) নিদ্ৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নিন্দা ।

Type by- Bikul Mandal