Class 8 New Science 1 Chapter 2 MCQ’s Assam Jatiya Bidyalaya | অণুজীৱ | AJB Class 8 New Science 1 Chapter 2 MCQ’s Assamese Medium | Class 8 New Science 1 Chapter 2 | MCQ’s Type Question Answer |

Chapter- 2

অণুজীৱ

১। ভাইৰাছৰ শৰীৰত কি নাই ?

(ক) কোষ

(খ) বেক্টেৰিয়া

(গ) ভেঁকুৰ

উত্তৰ- (ক) কোষ ।

২। ভাইৰাছবোৰ কিহেৰে গঠিত ?

(ক) প্ৰ’টিন

(খ) নিউক্লিয়িক এছিড

(গ) প্ৰ’টিন আৰু নিউক্লিয়িক এছিড

উত্তৰ- (গ) প্ৰ’টিন আৰু নিউক্লিয়িক এছিড ।

৩। কিমান চনত এণ্টনী ভান লিউৱেনহকে পোনপ্ৰথমৰ বাবে খালি চকুৰে মণিব নোৱাৰা কিছুমান জীৱৰ সৃষ্টি কৰে ?

(ক) ১৯৫৬

(খ) ১৬৭৬

(গ) ১৭৬৭

উত্তৰ- (খ) ১৬৭৬ ।

৪। লিউৱেনহ’কে নিজেই অণুবীক্ষণৰ বাবে কিহৰ লেন্স আৱিষ্কাৰ কৰিছিল ?

(ক) কাচৰ লেন্স

(খ) কাঠৰ লেন্স

(গ) লোহাৰ লেন্স

উত্তৰ- (ক) কাচৰ লেন্স ।

৫। প্ৰকৃতিৰ পৰা বিজ্ঞানীসকলে অণুজীৱৰ কিমান শতাংশ জানিব পাৰিছে ?

(ক) ১

(খ) ২

(গ) ৩

উত্তৰ- (ক) ১ ।

৬। কিহে প্ৰকৃতিত জীৱ জীয়াই থাকিবলৈ প্ৰয়োজনীয় অৱস্থাবোৰ ৰক্ষা কৰাত সহায় কৰে ?

(ক) বেক্টেৰিয়াই

(খ) ভাইৰাছে

(গ) অণুজাৱই

উত্তৰ- (গ) অণুজাৱই ।

৭। কিমান চনত প্ৰথমে পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছিল যে বেক্টেৰিয়া, ভেঁকুৰ ইত্য়াদি কিছুমান অণুজীৱই ৰোগ সৃষ্টিৰ মূল কাৰণ ?

(ক) ১৫৭৬

(খ) ১৬৭৮

(গ) ১৮৮৪

উত্তৰ- (গ) ১৮৮৪ ।

৮। বেক্টেৰিয়াৰ শৰীৰত কিমানটা কোষ থাকে ?

(ক) একটা

(খ) দুইটা

(গ) তিনিটা

উত্তৰ- (ক) একটা ।

৯। বেক্টেৰিয়াবোৰৰ ব্য়াস কিমান মাইক্ৰ’মিটাৰ ?

(ক) ১০০-৭৫০ মাইক্ৰ’মিটাৰ

(খ) ১৫০-২৫০ মাইক্ৰ’মিটাৰ

(গ) ২০০-৩৫০ মাইক্ৰ’মিটাৰ

উত্তৰ- (ক) ১০০-৭৫০ মাইক্ৰ’মিটাৰ ।

১০। প্ৰায় কিমান হাজাৰ ভেঁকুৰৰ কথা জনা যায় ?

(ক) ৫০০০০

(খ) ৯০০০০

(গ) ৭৫০০০

উত্তৰ- (খ) ৯০০০০ ।

১১। ৰবাৰ্ট কখ এজন জাৰ্মান কি আছিল?

(ক) বিজ্ঞানী আছিল

(খ) আৰ্মী আছিল

(গ) চিকিৎসক আছিল

উত্তৰ- (গ) চিকিৎসক আছিল ।

১২। মানুহ, পশু-পক্ষী আৰু উদ্ভিদৰ বিভিন্ন ৰোগ কিহৰ ফলত হয়?

(ক) অণুজীৱৰ ফলত

(খ) ভাইৰাছৰ ফলত

(গ) বেক্টেৰিয়া ফলত

উত্তৰ- (গ) বেক্টেৰিয়া ফলত ।

১৩। ভেঁকুৰ সাধাৰণতে কি পৰিৱেশত পোৱা যায়?

(ক) শুকান পৰিৱেশত

(খ) সেমেকা পৰিৱেশত

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (খ) সেমেকা পৰিৱেশত ।

১৪। উদ্ভিদকোষৰ কোষবোৰত থকা প্ৰধান জীৱৰাসায়নিক পদাৰ্থবিধ কি?

(ক) পেনিছিলিয়াম

(খ) বেংছটা

(গ) ছেলুল’জ

উত্তৰ- (গ) ছেলুল’জ ।

১৫। পাওৰুটি বা আন কোনো খোৱাবস্তু পেলাই থ’লে তাত কি গজে?

(ক) বেক্টেৰিয়া

(খ) ভেঁকুৰ

(গ) উদ্ভিদ

উত্তৰ- (খ) ভেঁকুৰ ।

১৬। পৃথিৱীৰ চাৰিভাগৰ পৰায়ে কিমান ভাগহে পানী আছে?

(ক) এভাগহে

(খ) দুভাগহে

(গ) তিনিভাগহে

উত্তৰ- (গ) তিনিভাগহে ।

১৭।  কলেৰা ৰোগ এবিধকিহৰৰ পৰা হয়?

(ক) ভাইৰাছ

(খ) বেক্টেৰিয়া

(গ) লাইকেন

উত্তৰ- (খ) বেক্টেৰিয়া ।

১৮। ভলভক্স সমষ্টি একোটাত 500ৰ পৰা কিমানলৈ কোষ থাকে?

(ক) 8,000

(খ) 9,000

(গ) 6,000

উত্তৰ- (গ) 6,000 ।

১৯। এককোষী আৰু বহুকোষী দুয়ো ধৰণৰ কি আছে?

(ক) ভেঁকুৰ

(খ) শেলাই

(গ) বেক্টেৰিয়া

উত্তৰ- (খ) শেলাই ।

২০। পানীত হোৱা উদ্ভিদৰ ভিতৰত কি প্ৰধান?

(ক) ভেঁকুৰ

(খ) শেলাই

(গ) বেক্টেৰিয়া

উত্তৰ- (খ) শেলাই ।

Type by- Bikul Mandal