আন্তৰ্জাতিক সংগঠন | অধ্যায় ৬ | Class 12 Political Science Lesson 6 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 6 Important Answer | HS 2nd Year Political Science Chapter 6 Solution |

Chapter 6

আন্তৰ্জাতিক সংগঠন

প্ৰশ্নাৱলীঃ

১| ভেটো ক্ষমতা সম্পৰ্ক তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে  কেৱল ভেটো ক্ষমতা আছে।

উত্তৰঃ 

(খ) এইটো এক ৰকমৰ নেতিবাচক ক্ষমতা।

উত্তৰঃ 

(গ) যেতিয়া কোনো সিদ্ধান্তত সচিবপ্ৰধান সন্তষ্ট নহয় তেতিয়া তেওঁ এই ক্ষমতা 

প্ৰয়োগ কৰিব পাৰে

উত্তৰঃ 

(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ এটা প্ৰস্তাৱ বন্ধ কৰিব পাৰে।

উত্তৰঃ 

২।    ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ ধৰণ সম্পৰ্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

( ক) সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পৰ্কীয়  বিষয়বিলাক নিৰাপত্তা পৰিষদে বিচাৰ কৰে

উত্তৰঃ 

(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা প্ৰধান অংগ আৰু বিশেষ সংস্থাসমূহে সকলো মানৱীয় নীতিসমূহ কাৰ্যকৰী কৰে

উত্তৰঃ 

(গ) পাঁচখন সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা যুগুত।

উত্তৰ:-

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে সকলো প্ৰধান অংগ আৰু বিশেষ সন্থাসমূহৰ সদস্য।

উত্তৰ:

৩/ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত তুমি বেছি গুৰুত্ব দিবাঃ

(ক) আণৱিক ক্ষমতা

(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য

(গ) ই এছিয়া মহাদেশত অৱস্থিত

(ঘ) ভাৰতৰ উন্নত অৰ্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা

উত্তৰঃ

৪/ আণৱিক প্ৰযুক্তিৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ লগত ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি জড়িত হয়ঃ

(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কমিটি

(খ) আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি

(গ) ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নিৰাপদ কমিটি

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয় 

উত্তৰঃ 

৫/ বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

(ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি

(খ) বাণিজ্য আৰু শুল্কৰ শৃংখলাবদ্ধ কৰা

(গ) বিশ্ব  স্বাস্থ্য সন্থা     

(ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি

উত্তৰ:-

৬/ খালী ঠাই পূৰ কৰাঃ

(ক) ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা  ।

( খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় নিৰাপত্তা পৰিষদ

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  ৫  জন স্থায়ী সদস্য আৰু   ১০ অস্থায়ী সদস্য আছে ।

(ঘ) এন্টনিঅ’ গোটাৰেছ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।

৭/ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু  এজেন্সিসমূহৰ মাজত সিবিলাকৰ কাৰ্যৰ সৈতে মিল কৰাঃ

(১)অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(ক) বিদেশলৈ বিশ্ব অৰ্থনৈতিক ব্যৱস্থা
(২) আন্তৰ্জাতিক ন্যায়ালয়(খ) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সংৰক্ষণ
(৩) আন্তৰ্জাতিক আণৱিক শক্তি সন্থা(গ) নিৰাপদ আৰু শান্তিপূৰ্ণ প্ৰযুক্তিৰ ব্যৱহাৰ
(৪) নিৰাপত্তা পৰিষদ(ঘ) সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ চোৱা-চিতা কৰা
(৫) ৰাষ্ট্ৰসংঘৰ ভগনীয়া উচ্চাউক্ত(ঙ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি
(৬) বিশ্ব বাণিজ্য সন্থা(চ) দুৰ্ঘটনাৰ সময়ত সংস্থান আৰু ঔষধ- পাতি দি সহায় কৰা
(৭) আন্তৰ্জাতিক ধন ভাণ্ডাৰ(ছ) গোলকীয় বিচাৰ্য বিষয়ৰ ওপৰত বিৰ্তন আৰু আলোচনা
(৮) সাধাৰণ সভা(জ) ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্ৰণ
(৯) বিশ্ব  স্বাস্থ্য সন্থা(ঝ) সকলোৰে কাৰণে সুস্বাস্থ্য
(১০) সচিবালয়(ঞ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা

উত্তৰঃ

৮/ নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী কি কি ?

উত্তৰঃ

৯/ ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰা নে ? তোমাৰ দাবী প্ৰতিপন্ন কৰা।

উত্তৰঃ 

               

১০/ ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কৰণ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শৱলীৰ সমালোচনামূলক পুনৰ মূল্যাংকন কৰা।

উত্তৰঃ 

১১/ যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত সম্বন্ধ থকা দুখ-দুৰ্গতিক বাধা দিয়াত ব্যৰ্থ হৈছে তথাপি ৰাষ্ট্ৰবিলাকে ইয়াৰ ধাৰাবাহিকতা থকাটো বিচাৰে। কিহে ৰাষ্ট্ৰসংঘক এটা অপৰিহাৰ্য সংগঠন বুলি প্ৰতিপন্ন কৰে?

উত্তৰ:-  

১২/ ৰাষ্ট্ৰসংঘৰ সংস্কাৰক ঘাইকে নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰক বুজায়। তুমি এই উক্তিটোৰ লগত এক মত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

উত্তৰঃ 

ৰচনাধৰ্মী প্ৰশ্ন:-

১/ ৰাষ্ট্ৰসংঘৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

২/ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিবোৰ আলোচনা কৰা।

উত্তৰঃ

৩/ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

৪/ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবোৰত ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

৫/ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন পদ্ধতি আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ 

৬/ নিৰাপত্তা পৰিষদৰ গঠন পদ্ধতি, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ 

৭/ বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰ

৮/ বিশ্বসন্থা হিচাপে ৰাষ্ট্ৰসংঘৰ সফলতা আৰু বিফলতাসমূহ আলোচনা কৰা।

উত্তৰঃ 

৯/ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰৰ বাবে কিয় দাবী উশ্থাপিত হৈছে?

উত্তৰঃ

১০/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰাৰ কাৰণে কি পৰামৰ্শ আগবঢ়োৱা হৈছে?

উত্তৰ:- 

১১/ শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

উত্তৰঃ

১২/ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠন পদ্ধতি, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ 

চমুটোকাঃ

১/ ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নে?

উত্তৰ:- 

২/ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰ:- 

৩/ ৰাষ্ট্ৰসংঘৰ এনে তিনিটা প্ৰধান অংগৰ নাম লিখা যিকেইটাক ইয়াৰ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা বুলি বিবেচনা কৰা হয়।

উত্তৰ:-  

৪/ সাধাৰণ পৰিষদৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

উত্তৰ:- 

৫/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ চাৰিটা কাৰ্যৰ নাম লিখা।

উত্তৰ:- 

৬/ ৰাষ্ট্ৰসংঘৰ চাৰিটা মূলনীতি উল্লেখ কৰা।

উত্তৰ:- 

৭/  UNESCO ৰ উদ্দেশ্য আৰু আঁচনিসমূহ ব্যাখ্যা কৰা।

 উত্তৰ:-

৮/ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ ওপৰত এটা চমুটোকা লিখা।

উত্তৰ:- 

৯/ আন্তৰ্জাতিক ন্যায়ালয়ৰ ওপৰত এটা চমুটোকা লিখা লিখা।

উত্তৰ:-

১০/ নিৰাপত্তা পৰিষদৰ নতুন স্থায়ী আৰু   অস্থায়ী সদস্য অন্তৰ্ভুক্তিৰ কাৰণে আগবঢ়োৱা প্ৰস্তাৱৰ চাৰিটা মানদণ্ড উল্লেখ কৰা।

উত্তৰ:-

১১/আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ ওপৰত এটা টোকা লিখা।

উত্তৰ:-

১২/ ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ:- 

১৩/ বিশ্ব বেংক কোন চনত সংস্থাপন হৈছিল? ইয়াৰ কাৰ্যকলাপ আলোচনা কৰা।

উত্তৰ:- 

১৪/ ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দৰ্শোৱা

উত্তৰ:-

১৫/ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।

উত্তৰ:-  

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১/ ৰাষ্ট্ৰসংঘ কি?

উত্তৰ:- 

২/ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ:- 

৩/ ৰাষ্ট্ৰসংঘৰ দুটা স্থায়ী অংগৰ নাম লিখা। নাইবা, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰ:- 

৪/ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰূপে থকা সমাজবাদী দেশ দুখনৰ নাম লিখা

উত্তৰ:- 

৫/ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- 

৬/ ৰাষ্ট্ৰসংঘৰ দুটা মূলনীতি উল্লেখ কৰা।

উত্তৰ:-

৭/সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ দুটা কাৰ্য লিখা।

উত্তৰ:- 

৮/ ৰাষ্ট্ৰসংঘৰ পুনৰ গঠনৰ কাৰণে দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ:- 

৯/ ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্থায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া।

উত্তৰ:-

১০/ খাদ্য আৰু কৃষি সংগঠনৰ দুটা কাৰ্যৰ নাম লিখা।

উত্তৰ:-

১১/ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰ:- 

১২/ বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।

উত্তৰ:-

বস্তুনিষ্ঠ প্ৰশ্নাৱলীৰ উত্তৰ দিয়াঃ

১/ ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- 

২/ ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ’ব পাৰে?

উত্তৰ:- 

৩/ ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত?

উত্তৰ:- 

৪/ বিশ্ব বাণিজ্য সন্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- 

৫/ ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া সদস্য হৈছিল?

উত্তৰ:- 

৬/ ভেটো ক্ষমতা প্ৰয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- 

৭/ মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ কেতিয়া জাৰি কৰিছিল?

উত্তৰ:- 

৮/ পাৰিপাৰ্শ্বিকতা আঁচনিৰ লগত জড়িত আন্তৰ্জাতিক সন্থাটোৰ নাম কি?

 উত্তৰ:- 

৯/ কোনটো বে-চৰকাৰী সন্থাই মানৱ অধিকাৰ সংৰক্ষণৰ কাৰণে সমগ্ৰ বিশ্বত অভিযান চলায়?

উত্তৰ:- 

১০/ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছে?

উত্তৰ:- 

১১/ কিমানখন দেশে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল?

উত্তৰ:- 

১২/ ৰাষ্ট্ৰসংঘৰ কোনটো অংগত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ সদস্য?

উত্তৰ:-

১৩/ ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটোৰ নাম কি?

উত্তৰ:- 

১৪/ নিৰাপত্তা পৰিষদত কেই শ্ৰেণীৰ সদস্য আছে?

উত্তৰ:- 

১৫/ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?

উত্তৰ:- 

১৬/ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধানজনৰ নাম লিখা।

উত্তৰ:- 

শুদ্ধ নে অশুদ্ধ লিখাঃ

১/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য ৰাষ্ট্ৰ ছয়খন।

উত্তৰ:- 

২/ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

উত্তৰ:- 

৩/ নিৰাপত্তা পৰিষদৰ অস্হায়ী সদস্যসকলক তিনি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়।

উত্তৰ:- 

৪/ ৰাষ্ট্ৰসংঘৰ সদস্যপদ বাধ্যতামূলক।

উত্তৰ:- 

৫/ ৰাষ্ট্ৰসংঘ এটা সাৰ্বভৌম সন্থা।

উত্তৰ:- 

খালী ঠাই পূৰ কৰাঃ

১/ জনসাধাৰণ নহয় শান্তিপ্ৰিয় স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰহে ৰাষ্ট্ৰসংঘৰ সদস্য হ’ব পাৰে।

২/ আন্তৰ্জাতিক শ্ৰমিক সংঘৰ কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত।

৩/ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ ১৯৪৮ চনত গ্ৰহণ কৰা হয়।

৪/ ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হয়।

৫/ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠানৰ সদৰ কাৰ্যালয় ফ্ৰান্সৰ পেৰিচ চহৰত অৱস্থিত।

বস্তুনিষ্ঠ প্ৰশ্নঃ

১/ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিলঃ

(ক) ১৯৪৫ চনত   (খ) ১৯৪৭ চনত   (গ) ১৯৫০ চনত    (ঘ) ১৯৬২ চনত

উত্তৰ:- 

২/ তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয়ঃ

(ক) ছোভিয়েট ৰাছিয়া   (খ) ভাৰত     (গ) চীন গণৰাজ্য  (ঘ) ফ্ৰান্স

উত্তৰ:-

৩/ বিশ্ব বাণিজ্য সন্থা গঠিত হৈছিলঃ

(ক) ২০০০ চনত      (খ) ২০০৫ চনত        (গ) ২০০২ চনত      (ঘ) ১৯৯৫ চনত

উত্তৰ:- 

৪/ ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা দিনটো হ’লঃ

(ক) ২৪ অক্টোবৰ    (খ) ২৪ নৱেম্বৰ    (গ) ২৪ ডিচেম্বৰ     (ঘ) ২৪  চেপ্তেম্বৰ

উত্তৰ:- 

৫/ ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিলঃ

(ক) ১৯৪৫ চনত      (খ)  ১৯৪৮ চনত       (গ) ১৯৫০ চনত       (ঘ)১৯৫২ চনত

উত্তৰ:- 

৬/ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য আছেঃ

(ক) ৫ জন        (খ) ১০ জন       (গ) ১৫ জন         (ঘ) ২০ জন

উত্তৰ:-