বতৰ আৰু জলবায়ু | AJB Class 7 Social science Chapter 17 MCQ’s Assamese Medium | Class 7 AJB Social Science MCQ’s Answer | MCQ’s |

Chapter- 17

বতৰ আৰু জলবায়ু

১। জলবায়ু হ’ল এখন ঠাইৰ কমেও কিমান বছৰৰ বতৰৰ গড় অৱস্থা?

(ক) ২০-৩০

(খ) ৩০-৪০

(গ) ৩৫-৪৫

উত্তৰ- (খ) ৩০-৪০ ।

২। প্ৰত্যেকজন মানুহে, প্ৰতিখন সমাজে তথা প্ৰতিখন দেশেই কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) বতৰৰ

(খ) বায়ু

(গ) অক্সিজেন

উত্তৰ- (ক) বতৰৰ ।

৩। সেয়েহে, এখন ঠাইৰ জলবায়ু জানিবলৈ হ’লে কমেও কিমান বছৰৰ বতৰৰ অৱস্থা জানিব লাগিব?

(ক) ২০ বছৰৰ

(খ) ৫০ বছৰৰ

(গ) ৩০ বছৰৰ

উত্তৰ- (গ) ৩০ বছৰৰ ।

৪। গুৱাহাটীৰপৰা ছিলঙৰ দূৰত্ব মাত্ৰ কিমান কিল’মিটাৰ?

(ক) ১৫০ কিল’মিটাৰ

(খ) ১০০ কিল’মিটাৰ

(গ) ১২০ কিল’মিটাৰ

উত্তৰ- (খ) ১০০ কিল’মিটাৰ ।

৫। উচ্চতাৰ কাৰণেই কিমান মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত?

(ক) ৮৮৪৮

(খ) ৮৮৬৪

(গ) ৮৮৫৬

উত্তৰ- (ক) ৮৮৪৮ ।

৬। অঞ্চলবোৰ গোটেই বছৰজুৰি অত্যন্ত গৰম আৰু জাৰকালিৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেল.?

(ক) ১৫°

(খ) ২৪°

(গ) ১৯°

উত্তৰ- (গ) ১৯° ।

৭। কেইটা কাৰকে জলবায়ু নিয়ন্ত্ৰণ কৰিছিল?

(ক) ৫টা

(খ) ৪টা

(গ) ৩টা

উত্তৰ- (খ) ৪টা ।

৮। গ্ৰীষ্মকালত উষ্ণতা কিমান ডিগ্ৰী ছেল.?

(ক) ১০°

(খ) ১৫°

(গ) ৮°

উত্তৰ- (ক) ১০° ।

৯। উদাহৰণ স্বৰূপে, বিষুবৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ’ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ কিমান মি. উচ্চতাৰ শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে?

(ক) ৫,৫২৪

(খ) ৫,৪৯৮

(গ) ৫,৫০০

উত্তৰ- (গ) ৫,৫০০ ।

১০। মহাদেশবোৰৰ মধ্য-পূব অঞ্চলত কিমান ডিগ্ৰী অক্ষাংশৰ মাজত এই জলবায়ু পোৱা যায়?

(ক) ২৮°-৪৬°

(খ) ২৫°-৪০°

(গ) ১৮°-৩৭°

উত্তৰ- (খ) ২৫°-৪০° ।

১১। বতৰৰ আগজাননীয়ে মানুহক কি কৰে ?

(ক) বিপদৰপৰা ৰক্ষা কৰে

(খ) ধ্বংস কৰে

(গ) সহায় কৰে

উত্তৰ- (ক) বিপদৰপৰা ৰক্ষা কৰে ।

১২। আমাৰ দেশত বতৰৰ আগজাননী দিব পৰা প্ৰধান কেন্দ্ৰটো ক’ত অৱস্থিত ?

(ক) পুনেত

(খ) মহাৰাষ্ট্ৰত

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৩। সকলো ঠাইৰ জলবায়ু একে কিয় নহয় ?

(ক) পৃথিৱীখন বিশাল বাবে

(খ) পৃথিৱীখন বৃত্তাকাৰ বাবে

(গ) পৃথিৱীখন শলা-বমা বাবে

উত্তৰ- (ক) পৃথিৱীখন বিশাল বাবে ।

১৪। মণ্ডলকেইটাৰ আধাৰ কি ?

(ক) চন্দ্ৰৰ পোহৰ

(খ) তৰাবোৰ তিৰবি্ৰ

(গ) সূৰ্যৰ তাপ

উত্তৰ- (গ) সূৰ্যৰ তাপ ।

১৫। সাধাৰণতে সাগৰপৃষ্ঠৰপৰা ১০০০ মিটাৰ ওপৰলৈ গ’লে কিমান ডিগ্ৰী ছেলছিয়াছকৈ উষ্ণতা কমে ?

(ক) ২ ডিগ্ৰী ছেলছিয়াছকৈ

(খ) ৫ ডিগ্ৰী ছেলছিয়াছকৈ

(গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ

উত্তৰ- (গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ ।

১৬। গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমান কি.মি. ?

(ক) ৫০ কি.মি.

(খ) ৮০ কি.মি.

গ ১০০ কি.মি.

উত্তৰ- গ ১০০ কি.মি. ।

১৭। কিহৰ কাৰণে ৮৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত ?

(ক) ডাঙৰ কাৰণে

(খ) উচ্চতাৰ কাৰণে

(গ) এটাও নহয়

উত্তৰ- (খ) উচ্চতাৰ কাৰণে ।

১৮। ন’ৰৱেক মধ্য়যামক কি বুলি কোৱা হয় ?

(ক) সৌৰজগতৰ দেশ

(খ) তৰাৰ দেশ

(গ) সূৰ্যৰ দেশ

উত্তৰ- (গ) সূৰ্যৰ দেশ ।

১৯। মৰুসদৃশ অঞ্চলক কি বুলি কোৱা হয় ?

(ক) মেৰু অঞ্চল

(খ) বৃষ্টিছায়া অঞ্চল

(গ) মৰুভূমি অঞ্চল

উত্তৰ- (খ) বৃষ্টিছায়া অঞ্চল ।

২০। পৃথিৱীৰ বিখ্য়াত মৰুভূমিখনৰ নাম কি ?

(ক) থৰ মৰুভূমি

(খ) চাহাৰা মৰুভূমি

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) থৰ মৰুভূমি ।

Type by- Bikul Mandal