ভাৰতলৈ ইউৰোপীয়ৰ আগমন | AJB Class 7 Social science Chapter 5 MCQ’s Assamese Medium | Class 7 AJB Social Science MCQ’s Answer | MCQ’s |

Chapter- 5

ভাৰতলৈ ইউৰোপীয়ৰ আগমন

১। কিমান খ্ৰি.ত অট’মান তুৰ্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ১ আৰু কনষ্টাণ্টিনপ’ল অধিকাৰ কৰে?

(ক) ১৪৪২

(খ) ১৪৫৩

(গ) ১৪৮৪

উত্তৰ- (খ) ১৪৫৩ ।

২। কিমান খ্ৰি.ত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে?

(ক) ১৪৮৭

(খ) ১৪২৮

(গ) ১৪৬৪

উত্তৰ- (ক) ১৪৮৭ ।

৩। কিমান খ্ৰি.ত পৰ্তুগীজ নীবিক ভাস্ক’-ডা-গামাই ভাৰতৰ পশ্চিম উপকূলৰ কালিকট বন্দৰত উপস্থিত হী নতুন জনপথ আৱিষ্কাৰ কৰিলে?

(ক) ১৪২৯

(খ) ১৪৬৪

(গ) ১৪৯৮

উত্তৰ- (গ) ১৪৯৮ ।

৪। কিমান খ্ৰি.ত জুলাই মাজত অহা ভাস্ক’-ডা-গামাক সেই সময়ৰ লকালিকটৰ হিন্দু ৰজা জামৰিণে সাদৰ অভ্যৰ্থনা জনাইছিল?

(ক) ১৪৮৮

(খ) ১৪৯৮

(গ) ১৪৪৬

উত্তৰ- (খ) ১৪৯৮ ।

৫। কিমান খ্ৰি.ত ভাস্ক’-ডা-গামা পুনৰাই ভাৰতলৈ আহে আৰু ক’চিন আৰু কান্নানোৰত পৰ্তুগীজ বাণিজ্যঘাটি স্থাপন কৰে?

(ক) ১৫০২

(খ) ১৫১৪

(গ) ১৫২২

উত্তৰ- (ক) ১৫০২ ।

৬। বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল?

(ক) ১৬২৪

(খ) ১৬০৬

(গ) ১৬০০

উত্তৰ- (গ) ১৬০০ ।

৭। কিমান খ্ৰি.ত এজন শাসনকৰ্তা নিয়োগ কৰে?

(ক) ১৫২৭

(খ) ১৫০৫

(গ) ১৫৪৮

উত্তৰ- (খ) ১৫০৫ ।

৮। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ শাসনৰূপে নিযুক্ত হয়?

(ক) ১৫০৯

(খ) ১৫২৪

(গ) ১৫৮২

উত্তৰ- (ক) ১৫০৯ ।

৯। আলবুকাৰ্বে কিমান খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল?

(ক) ১৫২৮

(খ) ১৫০০

(গ) ১৫১০

উত্তৰ- (গ) ১৫১০ ।

১০। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথালিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে?

(ক) ১৫৮৮

(খ) ১৫৩৪

(গ) ১৫২৮

উত্তৰ- (খ) ১৫৩৪ ।

১১। আলফনছ কাক ভাৰতৰ পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়?

(ক) আলবুকাৰ্ক

(খ) ছেৰ ছাহ

(গ) হুমায়ুন

উত্তৰ- (ক) আলবুকাৰ্ক ।

১২। ভাৰতীয় বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচ্চসকলে?

(ক) ভাৰতীয় ফল-মূল

(খ) ভাৰতীয় শাপ-পাচলি

(গ) ভাৰতীয় বস্ত্ৰক

উত্তৰ- (গ) ভাৰতীয় বস্ত্ৰক ।

১৩। জ্যাঁ কলবাৰ্টৰ উদ্যোগত কি ক’ম্পেনী প্ৰতিষ্ঠিত হয়?

(ক) Amazon ক’ম্পেনী

(খ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী

(গ) Tata ক’ম্পেনী

উত্তৰ- (খ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী ।

১৪। ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ মুখ্যয় প্ৰশাসক কোন আছিল?

(ক) ফ্ৰান্সিছ ডুপ্লে

(খ) ভাস্ক’-ডা-গামা

(গ) আলবুকাৰ্ক

উত্তৰ- (ক) ফ্ৰান্সিছ ডুপ্লে ।

১৫। ভাস্ক’-ডা-গামাই কি আৱিষ্কাৰ কৰিছিল?

(ক) জাহাজ

(খ) হেলিকপ্তাৰ

(গ) নতুন জলপথ

উত্তৰ- (গ) নতুন জলপথ ।

১৬। কিমান খ্ৰি.ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপ ছাৰ টমাছ ৰ’ সম্ৰাট জাহামগীৰৰ দৰবাৰত উপস্থিত হয়?

(ক) ১৬১৫

(খ) ১৬২৫

(গ) ১৬০২

উত্তৰ- (ক) ১৬১৫ ।

১৭। কিমান খ্ৰি.ত জব চাৰ্ণক নামৰ বৃটিছ বণিকজনে বংগদেশত সফল ব্যৱসায় আৰম্ভ কৰিলে?

(ক) ১৬৮২

(খ) ১৬২৪

(গ) ১৬৯০

উত্তৰ- (গ) ১৬৯০ ।

১৮। কিমান খ্ৰি.ত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন ফৰমানৰদ্বাৰা বংগ, চেন্নাই আৰু মুম্বাইৰ ইংৰাজ বণিকক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময় দিয়ে?

(ক) ১৭২৮

(খ) ১৭১৭

(গ) ১৭০০

উত্তৰ- (খ) ১৭১৭ ।

১৯। কিমান চনত পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল?

(ক) ১৭৪২

(খ) ১৭৮৮

(গ) ১৭৬৫

উত্তৰ- (ক) ১৭৪২ ।

২০। কিমান খ্ৰি.ত কৰ্ণাটকৰ আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে?

(ক) ১৭৮৮

(খ) ১৭২৬

(গ) ১৭৪৯

উত্তৰ- (গ) ১৭৪৯ ।

Type by- Bikul Mandal