হাতীক গা ধুওৱাৰ কথা | AJB Class 4 Assamese Chapter 2 | MCQ Question Answer Solution |

Chapter- 2

হাতীক গা ধুওৱাৰ কথা

১। ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) দুষ্ট

খ) এলেহুৱা

গ) কামিলাৰ

উত্তৰ- খ) এলেহুৱা।উত্তৰ- খ) এলেহুৱা।

২। ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?

ক) গৰু

খ) ম’হ

গ) হাতী

উত্তৰ- গ) হাতী।উত্তৰ- গ) হাতী।

৩। ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?

ক) ধোবাও

খ) ক’হাৰ

গ) কমাৰ

উত্তৰ- ক) ধোবাও।

৪। ৰাজ্য়ৰ ৰজাই প্ৰজাৰ সুখ-দুখৰ খবৰ ল’বলৈ বুলি কিহত উঠি ৰাজ্য় ভ্ৰমণ কৰিছিল?

ক) ঘোঁৰা

খ) গৰু

গ) হাতী

উত্তৰ- গ) হাতী।

৫। ৰামধন কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) এলেহুৱা

খ) বুধিয়ক

গ) দুষ্ট

উত্তৰ- খ) বুধিয়ক ।

৬। দিনটোৰ বেছিভাগ সময় ভীমবৰে কেনেদৰে কটাবলৈ ভাল পাইছিল?

ক) শুই-বহি

খ) কাম কৰি

গ) চাকৰি কৰি

উত্তৰ- ক) শুই-বহি।

৭। দিনটোৰ বেছিভাগ সময় ৰামধনে কি কৰিবলৈ ভাল পাইছিল?

ক) শুই-বহি

খ) কাম কৰি

গ)কাপোৰ ধোই

উত্তৰ- গ)কাপোৰ ধোই।

৮। ৰজাজন কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) সৰল

খ) দুষ্ট

গ) এলেহুৱা

উত্তৰ- ক) সৰল ।

৯। হাতী বগা কৰিব নোৱাৰিলে ৰজাই কাক সুদাই নেৰিব?

ক) ভীমবৰক

খ) ৰামধনক

গ) গোপালধন

উত্তৰ- খ) ৰামধনক ।

১০। কাৰ হুকুম পাই অনুচৰে হাতীটোক পাত্ৰটোৰ কাষলৈ নিলে?

ক) ৰজাৰ

খ) ৰামধনৰ

গ) ভীমবৰৰ

উত্তৰ- ক) ৰজাৰ ।