(১) ‘মহাভাষ্য’ পুথিখন কোনে লিখিছিল ?

১। পতঞ্জলিয়ে

২। পাণিনীয়ে

৩। কালিদাসয়ে

(২) পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?

১। মিনান্দাৰ

২। মিলিন্দ

৩। গণ্ডোফাৰ্নিছ

(৩) বৌদ্ধধৰ্মৰ উপাসক কোন ?

১। এন্টিয়ালকিডাচ

২। মিলিন্দ

৩। ওপৰৰ এটাও নহয়

(৪) হিন্দু ধৰ্মৰ উপাসক মিনান্দাৰ হয় নে নহয় ?

১। হয়

২। নহয়

৩। ওপৰৰ এটাও নহয়

(৫) ‘অষ্টাধ্যয়ী’ পুথি কোনে লিখিছিল ?

১। পতঞ্জলিয়ে

২। কালিদাসে

৩। ওপৰৰ এটাও নহয়

(৬) ‘মালবিকাগ্নিমিত্ৰম’ পুথি কোনে লিখিছিল ?

১। পতঞ্জলিয়ে

২। কালিদাসে

৩। ওপৰৰ এটাও নহয়

(৭) কণিষ্ক কুষাণ বংশৰ কিমান তম ৰজা আছিল ?

১। প্ৰথম বংশৰ

২। দ্বিতীয় বংশৰ

৩। তৃতীয় বংশৰ

(৮) কণিষ্কৰ ৰাজধানীৰ নাম কি আছিল ?

১। পুৰুষপুৰ

২। অযোধ্যা

৩। মগধ

(৯) কণিষ্কৰ দ্বিতীয় ৰাজধানীৰ নাম কি ?

১। পুৰুষপুৰ

২। সাতবাহন

৩। মথুৰা

(১০) বৌদ্ধ ধৰ্মৰ ভাগ কেইটা ?

১। ৪ টা

২। ৩ টা

৩। ওপৰৰ এটাও নহয়

(১১) কণিষ্ক কোনটো ধৰ্মৰ পন্থী আছিল ?

১। হীনযানৰ

২। মহাযানৰ

৩। মহানযানৰ

(১২) কাৰ দিনত বৌদ্ধ ধৰ্ম ভাগ হোৱা নাছিল ?

১। কণিষ্কৰ দিনত

২। অশোকৰ দিনত

৩। ওপৰৰ এটাও নহয়

(১৩) যোদ্ধ ত্যাগ কোনে কৰা নাছিল ?

১। অশোকে

২। কণিষ্কই

৩। মিনান্দাৰে

(১৪) ‘সপ্তশতক’ বা ‘সপ্তসতী’ কাৰ সময়ত ৰচিত বিখ্যাত গ্ৰন্থ আছিল ?

১। কুষাণসকলৰ সময়ত

২। শকসকলৰ সময়ত

৩। সাতময়তবাহন সকলৰ স

(১৫) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল ?

১। ৰুদ্ৰদমনে।

২। মিলিন্দই।

৩। কণিষ্কই

(১৬) চেত বংশৰ বিখ্য়াত ৰজা কোন আছিল ?

১। ৰুদ্ৰদমনে।

২। অশোকৰ দিনত।

৩। খাৰৱেল।

(১৭)শুংগ বংশৰ শেষ ৰজা কোন আছিল ?

১। দেৱভুতি।

২। অশোকে।

৩। ওপৰৰ এটাও নহয়।

(১৮) শুংগ বংশৰ শেষ ৰজা দেৱভূতিক তেওঁৰে মন্ত্ৰী বাসুদেৱে হত্য়া কৰি ক’ত প্ৰতিষ্ঠা কৰিছিল ? 

১। অশোকৰ দিনত।

২। মগধত কান্ব বংশ।

৩। ওপৰৰ এটাও নহয়।

(১৯) গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কি আছিল ?

১। ৰুদ্ৰদমনে ।

২। সাতময়তবাহন সকলৰ স।

৩। মিনান্দাৰ বা মিলিন্দ।

(২০) চোল ৰাজ্য়ৰ মূল কেন্দ্ৰস্থল কি আছিল ? 

১। তাঞ্জোৰ।

২। ৰুদ্ৰদমনে।

৩। ওপৰৰ এটাও নহয়।