Class 4 Burha Burhi aru Siyala Chapter 2 MCQ’s Assam Jatiya Bidyalay | জোঁৱাইৰ সাধু | AJB Class 4 Burha Burhi aru Siyala Chapter 2 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 2 | MCQ’s Type Question Answer |

Chapter- 2

জোঁৱাইৰ সাধু

১। মানুহ জনীয়ে জোঁৱাইকক কি খাবলৈ মাতিছিল?

বিহু

ৰাস

ভাওনা

উত্তৰ- বিহু ।

২। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ কেতিয়া ঘৰলৈ যাবলৈ ওলাল?

ৰাতিপুৱা পৰত

দুপৰিয়া পৰত

আবেলি পৰত

উত্তৰ- আবেলি পৰত ।

৩। সি অলপ মান বাট গৈ থাকোতে কি দেখিছিল?

তাৰ লগত তাৰ মাক গৈছিল

তাৰ লগত তাৰ ঘৈনিয়েকো গৈছিল

তাৰ লগত তাৰ ছাঁ-টো গৈছিল

উত্তৰ- তাৰ লগত তাৰ ছাঁ-টো গৈছিল ।

৪। গুচি যা বুলি কাক কৈছিল?

তাৰ মাকক

তাৰ ঘৈনিয়েকক

তাৰ ছাঁ-টোক

উত্তৰ- তাৰ ছাঁ-টোক ।

৫। মূৰ লৰোৱা দেখি সি কি পেলাই থৈ গ’ল?

কাপোৰ যোৰ

চেলেংখন

ইয়াৰ এটাও নহয়

উত্তৰ- চেলেংখন ।

৬। সি কি আছিল?

কুকুৰীকণা আছিল

অন্ধ আছিল

ইয়াৰ এটাও নহয়

উত্তৰ- কুকুৰীকণা আছিল ।

৭। সি শহুৰেকৰ আগত লাজ কৰি ক’ত লোকাইছিল?

এজোপা গছত

এজোপা কল গছত

এজোপা কছো পাতত

উত্তৰ- এজোপা কল গছত ।

৮। ভাতৰ লগতে আৰু তাক কি দিছিল?

মিঠাই

গুড়

ইয়াৰ এটাও নহয়

উত্তৰ- গুড় ।

৯। খাই অঁতাই দেখে গুড় পৰি তাৰ গা-টো কি কি হ’ল?

ঠাণ্ডা – ঠাণ্ডা

এঠা -এঠা

ইয়াৰ এটাও নহয়

উত্তৰ- এঠা -এঠা ।

১০। সেইদিনা চোৰে কি চোৰ কৰিব বুলি আহিছিল?

গুড়

ঘৰৰ সম্পত্তি

ইয়াৰ এটাও নহয়

উত্তৰ- ইয়াৰ এটাও নহয় ।

Type by- Bikul Mandal