Class 11 Anthropology Book Chapter 3 | অধ্যায় ৩ | প্ৰাগৈতিহাসিক নৃতত্ত্ব | MCQs Short Question And Answer |

Chapter 3

প্ৰাগৈতিহাসিক নৃতত্ত্ব

১. জীৱ জগতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ট জীৱ কোন ?

(ক) মানুহ

(খ) জীৱ-জন্তু

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ (ক) মানুহ

২. যিকোনো এবিধ আহিলা বা সঁজুলি তৈয়াৰ কৰিবলৈ কিহৰ প্ৰয়োজন ?

(ক) গছৰ ডাল

(খ) কেঁচা সামগ্ৰীৰ

(গ) শুকান গছৰ

উত্তৰঃ (খ) কেঁচা সামগ্ৰীৰ

৩. শিল এবিধ কি পদাৰ্থ ?

(ক) কঠীন আৰু স্থায়ী

(খ) সৰল

(গ) ডাঠ

উত্তৰঃ (ক) কঠীন আৰু স্থায়ী

৪. কঠিন মিহি দানাযুক্ত আৰু ছিলিকা নামৰ পদাৰ্থেৰে গঠিত শিলক কি নামেৰে জনা যায় ?  

(ক) ‘চাৰ্ট’

(খ) ‘কোৱাৰ্টজাইট’

(গ) ‘ফ্লিণ্ট’ শিল

উত্তৰঃ (গ) ‘ফ্লিণ্ট’ শিল

৫. ‘ফ্লিণ্টৰ’ আগত ‘কোৱাৰ্টজাইট’ শিল ব্যবহৃত হৈছিল ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৬. কঠীন শিল সদৃশ পদাৰ্থ কিছুমান জুইত গলাই শিলৰ হাতুৰীৰে কোবাই প্ৰস্তুত কৰা ধাতু বিধক কি বোলে ?

(ক) লোহা

(খ) তাম

(গ) ব্ৰ’ঞ্জ

উত্তৰঃ (খ) তাম

৭. তাম ধাতু ব্যৱহাৰ কৰা যোগটোক কি যুগ বোলে ?

(ক) তাম্ৰ যুগ

(খ) ব্ৰ’ঞ্জযুগ’

(গ) মধ্য যুগ

উত্তৰঃ (ক) তাম্ৰ যুগ

৮. খৃঃ পূঃ প্ৰায় কিমান বছৰৰ আগত তাম ধাতুৰ প্ৰচলন হৈছিল ?

(ক) ৭০০০

(খ) ২০০০

(গ) ৫০০০

উত্তৰঃ (গ) ৫০০০

৯. মানৱ ইতিহাসৰ প্ৰায় কিমান বছৰৰ কাল সঁজুলি নিৰ্মাণত ব্ৰ’ঞ্জ ধাতু প্ৰচলিত হৈছিল ?

(ক) ৯০০০

(খ) ২০০০

(গ) ৩০০০

উত্তৰঃ (খ) ২০০০

১০. লোৰ ব্যৱহাৰ মানৱ সমাজত খৃঃ পূঃ কিমান বছৰ আগতে আৰম্ভ হৈছিল ?

(ক) ১০০০

(খ) ২০০০

(গ) ৩০০০

উত্তৰঃ (ক) ১০০০

১১. লোৰ ব্যৱহাৰ কৰা যোগটোক কি যোগ বুলি কোৱা হয় ?

(ক) ‘লৌহ’ যুগ

(খ) ব্ৰ’ঞ্জযুগ’

(গ) ‘তাম্ৰ’ যুগ

উত্তৰঃ (ক) ‘লৌহ’ যুগ

১২. হুক মানে কি ?

(ক) ঢিপ

(খ) ভূমি

(গ) স্তৰ

উত্তৰঃ (ক) ঢিপ

১৩. আজিৰ পৰা কিমান শতিকাৰ পৰা তুৰুস্কত গৰু পুহিছিল বুলি অনুমান কৰিছিল ?

(ক) ৬৭০০

(খ) ৫৮০০

(গ) ৭০০০

উত্তৰঃ (খ) ৫৮০০

১৪. জাৰমোতত আজিৰ পৰা খ্ৰিঃ পূঃ কিমান বছৰ আগতে খেতি প্ৰথা আৰু জন্তু পোহাৰ আৰম্ভ কৰিছিল ?  

(ক) ৬০০০

(খ) ১১০০

(গ) ১৮০০

উত্তৰঃ (ক) ৬০০০

১৫. ‘কিছেন-মিডেন’ শব্দই কিহৰ আৱৰ্জনাৰ দ’ম বুজায় ?

(ক) ৰাস্তাৰ

(খ) ৰান্ধনী ঘৰৰ

(গ) খেল পথাৰৰ

উত্তৰঃ (খ) ৰান্ধনী ঘৰৰ

১৬. মেগলেম’ছিয়াম সমস্কৃতিত কি নামৰ পদাৰ্থৰ ওপৰত কটা কিছুমান মূৰ্তি পোৱা যায় ?

(ক) এম্বাৰ

(খ) ‘ফ্লিণ্ট’

(গ) ‘কোৱাৰ্টজাইট’

উত্তৰঃ (ক) এম্বাৰ

১৭. কিমান বছৰ আগয়ে প্লাইছটছিন যুগত অন্ত পৰিছিল ?

(ক) ১০ হাজাৰ

(খ) ১২ হাজাৰ

(গ) ১৫ হাজাৰ

উত্তৰঃ (ক) ১০ হাজাৰ

১৮. মেগডালেনিয়াৰ সংস্কৃতিটো লাৰটেট নামৰ প্ৰত্নতত্ত্ববিধ এজনে কিমান চনত ফৰাচী দেশৰ লা-মেডেলিন নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰিছিল ?

(ক) ১৮৯৯

(খ) ১৮৬০

(গ) ১৬৯০

উত্তৰঃ (খ) ১৮৬০

১৯. হস্তকুঠাৰ বোৰ আকাৰ কেনেকোৱা ?

(ক) মধ্যমীয়া

(খ) ডাঙৰ

(গ) সৰু

উত্তৰঃ (গ) সৰু

২০. শিলৰ কাঁড়ৰ আগভাগটো জোঙা কিন্তু কিছুমানৰ আগভাগটো বহল আৰু ধাৰযুক্ত এই শ্ৰেণীৰ কাড়াগ্ৰক কি কাঁড় বোলে ?

(ক) ‘বটালী মুখীয়া’

(খ) নাহী

(গ) ধনু-কাঁড়

উত্তৰঃ (ক) ‘বটালী মুখীয়া’