Class 11 Anthropology Book Chapter 4 | অধ্যায় ৪ | সাংস্কৃতিক নৃতত্ত্ব | MCQs Short Question And Answer |

Chapter 4

সাংস্কৃতিক নৃতত্ত্ব

১। সংস্কৃতিৰ অৰ্থ কি। 

(ক) ব্য়াপক

(খ) সংস্কাৰ

(গ) সু পৰিকল্পিত

উত্তৰঃ (ক) ব্য়াপক

২। ইংৰাজী Culture শব্দটোক কি শব্দ হিচাপে ব্য়ৱহাৰ কৰিব পাৰি।

(ক) বিপৰিত

(খ) সমাৰ্থক

(গ) এটাও নহয়

উত্তৰঃ (খ) সমাৰ্থক

৩। আলফ্ৰেড ক্ৰোবাৰ আৰু ক্লাইড ক্লাকহনৰ সংজ্ঞা কমপক্ষেও কেইপ্ৰকাৰ পাইছে।

(ক) ২৬০

(খ) ৫৬০

(গ) ১৬০

উত্তৰঃ (গ) ১৬০

৪। কিমান চনত’ Primitive culture’ নামৰ যুগান্তকাৰী গ্ৰন্থ খনৰ প্ৰথম খণ্ড প্ৰকাশ পায়।

(ক) ১৮৭১

(খ) ১৮৬২

(গ) ১৮৪১

উত্তৰঃ (ক) ১৮৭১

৫। মানৱ সংস্কৃতিক কেইটা ভাগত ভাগ কৰিব পাৰি। 

(ক) ৫ টা

(খ) ৩ টা

(গ) ২টা

উত্তৰঃ (গ) ২টা

৬। মানৱ সংস্কৃতি এটা নাম লিখা । 

(ক) সমাজ সংস্কৃতি

(খ) বস্তু সংস্কৃতি

(গ) এটাও নহয়

উত্তৰঃ (খ) বস্তু সংস্কৃতি

৭। মানুহৰ মৌলিক জীৱনত প্ৰয়োজনী বস্তু কেইটা।

(ক) ২ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা

৮। প্ৰকৃতিক পৰিৱেশ কিহৰ ওপৰত নিৰ্ভৰশীল।

(ক) বস্তু সংস্কৃতি

(খ) সমাজ সংস্কৃতি

(গ) অ-বস্তু সংস্কৃতি

উত্তৰঃ (ক) বস্তু সংস্কৃতি

৯। বাহ্য়িক বাতাবৰণ মূলত কেই প্ৰকাৰৰ ।

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৪ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

১০। মিছিং সকলে কি পাৰত বাস কৰে। 

(ক) নীল নদীৰ পাৰত

(খ) ব্ৰহ্মপুত্ৰৰ পাৰত

(গ) গংগা নদীৰ পাৰত

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰৰ পাৰত

১১। বৰফেৰে নিৰ্মিত ঘৰক কি বুলে। 

(ক) ইগলু

(খ) চাংঘৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ইগলু

১২। এস্কিম সকলে জাৰকালিৰ কিমান মাহ ইগলুৰ ভিতৰতে কটায়। 

(ক) ৬ মাহ

(খ) ৭ মাহ

(গ) ৩ মাহ

উত্তৰঃ (ক) ৬ মাহ

১৩।  তুৰ্ষাবৰ  কোন  দেশত খেতি নহয়।  

(ক) এস্কিমৰ দেশত

(খ) ৰাজস্থান

(গ) ভাৰত

উত্তৰঃ (ক) এস্কিমৰ দেশত

১৪। গ্ৰীষ্ম কালৰত কিমান মাহৰ বাবে মাছ আৰু জন্তু চিকাৰ কৰি শাত কালৰ কাৰণে খাদ্য় বস্তু সাঁচি ৰাখে। 

(ক) ৪ মাহ

(খ) ৫ মাহ

(গ) ৬ মাহ

উত্তৰঃ (গ) ৬ মাহ

১৫। নুৱেৰ সকলে কি পালন কৰি জীৱন নিৰ্বাহ কৰে। 

(ক) খেতি-বাতি কৰি

(খ) চিকাৰ কৰি

(গ) গো পালন কৰি

উত্তৰঃ (গ) গো পালন কৰি