Class 11 Logic & Philosophy Book Unit 1 তৰ্কবিজ্ঞান | MCQs Short Question And Answer |

তৰ্কবিজ্ঞান

১। গ্ৰীক “Logos” শব্দৰ অৰ্থ কি ?

(ক) চিন্তা

(খ) মানৱতা

(গ) বিজ্ঞান

উত্তৰঃ (ক) চিন্তা

২। মানুহ কি জীৱ ?

(ক) অজ্ঞানী

(খ) বিধি- নিয়ম

(গ) বুদ্ধিবৃত্তিসম্পন্ন

উত্তৰঃ (গ) বুদ্ধিবৃত্তিসম্পন্ন

৩। চিন্তা শব্দটো কি?

(ক) কম ব্যাপক

(খ) অতি ব্যাপক

উত্তৰঃ (খ) অতি ব্যাপক

৪। তৰ্কবিজ্ঞান কি ?

(ক) পাৰম্ভিক বিজ্ঞান

(খ) অনুমানৰ বিজ্ঞান

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) অনুমানৰ বিজ্ঞান

৫। যুক্তি বা তৰ্ক কাক বোলে ?

(ক) লিখিত ৰূপে প্ৰকাশ

(খ) মৌখিক ৰূপে প্ৰকাশ

(গ) ভাষাৰ জৰিয়তে প্ৰকাশ

উত্তৰঃ (গ) ভাষাৰ জৰিয়তে প্ৰকাশ

৬। অনুমানত জ্ঞাত বিষয় বা সত্যই  কি গঠন কৰে ?

(ক) বিজ্ঞান

(খ) আধাৰবচন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) আধাৰবচন

৭। জ্ঞানৰ মাজত কেইটা উপাদান নিহিত হৈ থাকে ?

(ক) পাঁচটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

৮। জ্ঞানক কেইটা ভাগত ভাগ কৰা হৈছে ? 

(ক) তিনিটা

(খ) দুটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দুটা

৯। তৰ্কবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় কি?

(ক) শিক্ষা-দিক্ষা

(খ) অনুমান

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) অনুমান

১০। চিন্তাৰ মূল সূত্ৰাৱলীৰ যিকোনো এটা নিয়ম লিখা ।

(ক) ভূল নিয়ম

(খ) তাদাত্ম্য নিয়ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তাদাত্ম্য নিয়ম

১১। এটা বচনত কেইটা পদ থাকে ।

(ক) তিনিটা

(খ) দুটা

(গ) সাতটা

উত্তৰঃ (খ) দুটা

১২। পৰোক্ষ জ্ঞানৰ উৎস দুটা হ’ল –

(ক) ফুল, জ্ঞান

(খ) ওপৰৰ এটাও নহয়

(গ) অনুমান, শব্দ

উত্তৰঃ (গ) অনুমান, শব্দ

১৩। আধুনিক তৰ্কবিজ্ঞানী গৰাকী কোন ?

(ক) এ.পি.জে আব্দুল কালাম

(খ) ৰাছেল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰাছেল