Class 11 Logic & Philosophy Book Chapter 2 | অধ্যায় ২ | বচন | MCQs Short Question And Answer |

Chapter 2

বচন

1. কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত ?

(ক) P বচনত

(খ) E বচনত

(গ) J বচনত

উত্তৰঃ (খ) E বচনত

2. বিশেষ সদৰ্থক বচনত সাংকেতিক নাম কি ?

(ক) B বচন

(খ) T বচন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) T বচন

3. ‘O’ বচনত কোন পদ ব্যাপ্ত ?

(ক) উদ্দেশ্য পদ

(খ) বিধেয়ক পদ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) বিধেয়ক পদ

4. বাক্য আৰু বচন দুয়োটা একেনে ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

5. গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হয় ?

(ক) তিনিটা

(খ) দুটা

(গ) এটা

উত্তৰঃ (খ) দুটা

6. ‘A’ বচনটো সাৰ্বিক সদৰ্থক হয়নে ? 

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) হয়

7. বচনৰ বিধেয় এটা কি ?

(ক) পদ

(খ) শব্দ

(গ) বচন

উত্তৰঃ (ক) পদ

8. এটা বচনত কেইটা পদ থাকে ?

(ক) তিনিটা

(খ) দুটা

(গ) পাঁচটা

উত্তৰঃ (খ) দুটা

9. ‘E’ বচনটো কি বচন ?

(ক) উদ্দেশ্য

(খ) সাৰ্বিক

(গ) সদৰ্থক

উত্তৰঃ (খ) সাৰ্বিক

10. সংকল্পক বচনৰ ভাগ কেইটা ?

(ক) এটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা

11. অনিবাৰ্য বচন কি বটনৰ এটা ভাগ ।

(ক) নিশ্চয়তা

(খ) বিশ্বাস

(গ) আত্মনিৰ্ভৰশীলতা

উত্তৰঃ (ক) নিশ্চয়তা

12. বচন সদায় কি কালত থাকিব পাৰে ?

(ক) ভৱিষ্যৎ কাল

(খ) বৰ্তমান কাল

(গ) অতীত কাল

উত্তৰঃ (খ) বৰ্তমান কাল

13. বাক্য যিকোনো কালৰ হ’ব পাৰে নে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰে