Class 12 Geography Book Chapter 9 (Part 1) | নৱম অধ্যায় | আন্তৰ্জাতিক বাণিজ্য | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 9

আন্তৰ্জাতিক বাণিজ্য

1. বাণিজ্য়ৰ অৰ্থ হ’ল স্বতস্ফূৰ্তভাৱে সম্পাদন সামগ্ৰী কৰা সামগ্ৰী আৰু সেৱাৰ বিনিময়। 

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

2. মজুৰি বুজোৱা শব্দটো লেটিন শব্দৰ পৰা আহিছে ।

(ক) সচাঁ

(খ) মিচাঁ

(গ) এটাও নহয়

উত্তৰঃ (ক) সচাঁ

3. জোনবিল মেলা  ক’ত প্ৰচলিত ?

(ক) যোৰহাট

(খ) জাগীৰো়ড

(গ) মাজুলী

উত্তৰঃ (খ) জাগীৰো়ড

4. ৰোম আৰু চীনক সংযোগ কৰা চিল্ক ৰৌত প্ৰায় কিমান কিল’মিটাৰ ?

(ক) ৫,০০০ কিল’মিটাৰ

(খ) ৭,০০০ কিল’মিটাৰ

(গ) ৬,০০০ কিল’মিটাৰ

উত্তৰঃ (গ) ৬,০০০ কিল’মিটাৰ

5. আন্তৰ্জাতিক বাণিজ্য়ৰ প্ৰয়োজনীয় বিষয় হ’ল ।

(ক) পৰিমান

(খ) খণ্ড গঠন আৰু বাণিজ্য়ৰ দিশ

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (গ) ওপৰৰ আটাইকেইটা

6. বাণিজ্য়ৰ কেইটা স্তৰ পাব পাৰি ?

(ক) তিনিটা

(খ) দুটা

(গ) চাৰিটা

উত্তৰঃ (খ) দুটা

7. প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কালচোৱাত দেশবোৰে বাণিজ্য় শুল্ক  প্ৰচলন কৰে । উক্তিটো ঃ

(ক) সচাঁ

(খ) মিচাঁ

(গ) এটাও নহয়

উত্তৰঃ (ক) সচাঁ

8. বিনিময় প্ৰথা কোনটো সময়ত কৰা দেখা যায় ?

(ক) মাৰ্চ মাহৰ মাজভাগত

(খ) নৱেম্বৰ মাহৰ মাজভাগত

(গ) জানৃুৱাৰী মাহৰ মাজভাগত

উত্তৰঃ (গ) জানৃুৱাৰী মাহৰ মাজভাগত

9. মজুৰি শব্দৰ অৰ্থ কি ?

(ক) লবণ

(খ) লোণ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

10. মধ্য়যুগত ধন বা মুদ্ৰা সাধাৰণতে কিহৰ আছিল ?

(ক) ৰূপৰ আছিল

(খ) সোণৰ আছিল

(গ) তামৰ আছিল

উত্তৰঃ (খ) সোণৰ আছিল