Class 3 Assamese Chapter 1 MCQ’s Sankardev School | আমাৰ গাওঁ |Class 3 Assamese Chapter 1 | MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 1

আমাৰ গাওঁ

১। শুৱনি আমাৰ গাঁওখন অতি শুৱনি কিহেৰে ভৰা ?

(ক) ছোৱালীয়ে

(খ) গছেৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গছেৰে ।

২। শুৱনি আমাৰ ধাননি পথাৰ কিহেৰে উপচি থাকে?

(ক) ফুলেৰে

(খ) সোণেৰে

(গ) ধানেৰে

উত্তৰ- (গ) ধানেৰে ।

৩। আমাৰ গাওঁ কবিতাটোৰ কবি জনৰ নাম কি ?

(ক) নিৰ্মলপ্ৰভা বৰদলৈ

(খ) আনন্দ চন্দ আগৰৱালা

(গ) ৰবিন্দ নাথ ঠাকুৰ

উত্তৰ- (খ) আনন্দ চন্দ আগৰৱালা ।

৪। শুৱনি শব্দৰ অৰ্থ কি?

(ক) ভৰি পৰা

(খ) বাঁহী

(গ) দেখিবলৈ ভাল, দেখনিয়াৰ

উত্তৰ- (গ) দেখিবলৈ ভাল, দেখনিয়াৰ ।

৫। মুদৈ শব্দৰ অৰ্থ কি ?

(ক) ভাঙনি কোঁৱৰ

(খ) ভৰি পৰা

(গ) নাৱেৰে বেপাৰ কৰা বেপাৰী

উত্তৰ- (গ) নাৱেৰে বেপাৰ কৰা বেপাৰী ।

৬। আমাৰ গাওঁ কবিতাটোৰ কবি জন কিমান চনত জন্ম?

(ক) ১৮৭৪

(খ) ২০০৮

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৮৭৪ ।

৭। আগৰৱালাদেৱ এগৰাকী বিশিষ্ট কি আছিল?

(ক) মহাপুৰুষ

(খ) কবি-সাহিত্য়িক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কবি-সাহিত্য়িক ।

৮। তলসৰা শব্দৰ অৰ্থ কি ?

(ক) অকপট

(খ) গছৰ পৰা সৰি তলত থকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গছৰ পৰা সৰি তলত থকা ।

৯। তান শব্দৰ অৰ্থ কি?

(ক) সুৰৰ আলাপ

(খ) ডাল ভৰি থকা ফুলৰ গছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সুৰৰ আলাপ ।

১০। চহা শব্দৰ অৰ্থ কি ?

(ক) মধুৰ

(খ) খেতি কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) খেতি কৰা ।

Type by- Bikul Mandal