Class 3 Assamese Chapter 17 MCQ’s Sankardev School | কন্টকৰামৰ বুদ্ধি | Class 3 Assamese Chapter 17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 17

কন্টকৰামৰ বুদ্ধি 

১। কেঁটেলা পহু পোৱালিটোৰ নাম কি ?

(ক) কন্টকৰাম

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মুননা

উত্তৰ- (ক) কন্টকৰাম ।

২। কন্টকৰামে কিয় হাবিৰ পৰা ফল-মূল আনিব লগা  হ’ল ?

(ক) মাক আৰু দেউতাকৰ বেমাৰ হোৱা কাৰণে

(খ) তাৰ ভোগ লগা বাবে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) মাক আৰু দেউতাকৰ বেমাৰ হোৱা কাৰণে ।

৩। থূপ শব্দ অৰ্থ  কি ?

(ক) পুঞ্জ

(খ) দ্বীপপুঞ্জ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৪। কন্টকৰামে কেইটা নাচপতি আনিলে ?

(ক) ২টা

(খ) ৫টা

(গ) ৪ টা

উত্তৰ- (গ) ৪ টা ।

৫। এহাল  কেঁটেলা পহু হাবিত আছিল  নে ?

(ক) আছিল

(খ) নাছিল

(গ) ইয়াৰ পৰা এটৃাও নহয়

উত্তৰ- (ক) আছিল ।

৬। পবনৰ  অৰ্থ কি ?

(ক) বতাহ

(খ) পানী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বতাহ ।

Type by- Bikul Mandal