Class 3 Assamese Chapter 21 MCQ’s Sankardev School | হৰি-ভক্তিৰ মাহাত্ম্য | Class 3 Assamese Chapter 21 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 21

হৰি-ভক্তিৰ মাহাত্ম্য

১। দৈত্যৰাজৰ পুতেকৰ নাম কি ?

(ক) প্ৰহ্লাদ ৰাজতন্ত্ৰ

(খ) বিষ্ণু

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) প্ৰহ্লাদ ৰাজতন্ত্ৰ ।

২। প্ৰহ্লাদক কি কৰিলে ?

(ক) হাতখন কাটিদিলে

(খ) হাতীৰে গছকালে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) হাতীৰে গছকালে ।

৩। প্ৰহ্লাদ কি হল 

(ক) এটাও নহয়

(খ) প্ৰজা

(গ) ৰজা

উত্তৰ- (গ) ৰজা ।

৪। পবৰ্ত পৰা পেলেই দিওঁতে পহ্লাদ মৰিছিলনে ?

(ক) নাই

(খ) মৰিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) নাই ।

Type by- Bikul Mandal