Class 3 Assamese Chapter 5 MCQ’s Sankardev School | দেশতকৈ মোমাই ডাঙৰ নহয়  | Class 3 Assamese Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

দেশতকৈ মোমাই ডাঙৰ নহয় 

১। মোমোইদেউ মোগলক বাধা দিবলৈ কিহৰ প্ৰয়োজন হৈছিল ?

(ক) গড়ৰ

(খ) বাঘৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) গড়ৰ ।

২। দেশতকৈ মোমাই ডাঙৰ বুলি এই কথাষাৰ কোনে কৈছিল ?

(ক) মহাত্মা গান্ধীয়ে

(খ) লাচীত বৰফুকনে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) লাচীত বৰফুকনে ।

৩। মোমাইদেউ গড়ৰ কাম সম্পূৰ্ণ হৈছিল নে ?

(ক) ওপৰৰ এটাও নহয়

(খ) হৈছিল

(গ) নাই হোৱা

উত্তৰ- (গ) নাই হোৱা ।

৪। দেশৰ কামত হেলা কৰা অপৰাধ বুলি কোনে কৈছিল ?

(ক) লাচীত বৰফুকনে

(খ) মোমোইদেউ

(গ) এটাও নহয়

উত্তৰ- (ক) লাচীত বৰফুকনে ।

৫। গড়ৰ বন্ধা  সম্পূৰ্ণ কাম কাক গতাইছিল ?

(ক) মাকক

(খ) মোমাইদেউ

(গ) এটাও নহয়

উত্তৰ- (খ) মোমাইদেউ ।

Type by- Bikul Mandal