Class 3 Assamese Chapter 9 MCQ’s Sankardev School | পৰুৱা আৰু হাতী | Class 3 Assamese Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 9

পৰুৱা আৰু হাতী

১। হাবিখনত এজাক কি আছিল ?

(ক) পৰুৱা

(খ) হাতী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পৰুৱা ।

২। অৰণ্য সমাৰ্থক শব্দ কি ?

(ক) মৰুভূমি

(খ) হাবি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) হাবি ।

৩। ল’ৰা  সমাৰ্থক শব্দ কি ?

(ক) বালক

(খ) বালিকা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বালক ।

৪। ছোৱালি  সমাৰ্থক শব্দ কি ?

(ক) বালিকা

(খ) বালক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বালিকা ।

৫। হাতীটোৱে পৰুৱা  সকলক দেখিলে  মাৰে নে নামাৰে ?

(ক) নামাৰে

(খ) মাৰে

(গ) এটাও নহয়

উত্তৰ- (খ) মাৰে ।

৬। ক্ষুদ্ৰ শব্দ অৰ্থ কি ?

(ক) সৰু

(খ) ডাঙৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) সৰু ।

Type by- Bikul Mandal