Class 3 Science Chapter 16 MCQ’s Assam Jatiya Bidyalaya |মানুহৰ স্বাস্থ্য | AJB Class 3 Science Chapter 16| MCQ’s Assamese Medium | Class 3 Science Chapter 16 | MCQ’s Type Question Answer |

Chapter- 16

মানুহৰ স্বাস্থ্য

১। ভাল স্বাস্থ্য বাবে পুষ্টিকৰ খাদ্য প্ৰয়োজন ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়ৈাৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

২। মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক কি বোলে ?

(ক) শৰীৰ

(খ) অংগ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) অংগ ।

৩। শৰীৰৰ বিভিন্ন অংগ গঠন হ’বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

৪। প্ৰতেক অংগৰে একোটা কি কৰে?

(ক) কাম কৰে

(খ) শক্তি দিয়ে

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰ- (ক) কাম কৰে ।

৫। পুষ্টিকৰ খাদ্য লগতে মানুহে কি খাব লাগে ?

(ক) ভাল বস্তু খাব লাগে

(খ) পৰিস্কাৰ পানী খাব লাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) পৰিস্কাৰ পানী খাব লাগে ।

 ৬। শাক- পাচলি আমি কৰ পৰা পাওঁ ?

(ক) খেতি পথাৰ বা বাৰীত

(খ) ৰাস্তাত বা পানীত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) খেতি পথাৰ বা বাৰীত ।

৭। খোৱা পানী পৰিষ্কাৰ ন’হলে ইয়াতো বহুতো বেমাৰ বীজাণু নাথাকে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটীাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।

৮। টোপনি ভাল ন’হলে স্বাস্থ্য ভালে নাথাকিব ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

৯। মানুহে কিয় আহাৰ খাব লাগে  ?

(ক) শক্তি

(খ) বেমাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শক্তি ।

১০। সদায় গা-মূৰ ধুই চাফ চিকুণ হৈ থাকিব লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

Type by- Bikul Mandal