Class 3 Social Science Chapter 10 MCQ’s Sankardev School | আমাৰ উৎসৱসমুহ | Class 3 Social Science Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

আমাৰ উৎসৱসমুহ 

১। বিবিন্ন জাতি – জনজাতি আৰু সকলো সম্প্ৰদায়ে লোকে একেলগে কি জাতি বুলি কোৱা হয় ? 

ক) মুছলিম জাতি

খ) মিছিং জাতি

গ) অসমীয়া জাতি

ঘ) ৰাভা জাতি

উত্তৰ- গ) অসমীয়া জাতি ।

২। আমি পালন কৰা উৎসৱসমুহ কিহৰ লগত জড়িত ? 

ক) খেলৰ লগত জড়িত

খ) গানৰ লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যবসায়ৰ লগত জড়িত

উত্তৰ- গ) কৃষিৰ লগত জড়িত ।

৩। আন কিছুমান উৎসৱ কিহৰ লগত জড়িত ? 

ক) গানৰ লগত জড়িত

খ) ধৰ্ম লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যৱসায়ৰ লগত জড়িত

উত্তৰ- খ) ধৰ্ম লগত জড়িত ।

৪। আকৌ আন কিছুমান উৎসৱ কিহৰ জগত জড়িত ? 

ক) ধৰ্ম লগত জড়িত

খ) গানৰ জগত জড়িত

গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত

ঘ) কৃষিৰ লগত জড়িত

উত্তৰ- গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত ।

৫। অসমত সকলো জাতি – ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা প্ৰধান উৎসৱ টো কি ? 

ক) ঈদ

খ) দুৰ্গা পুজা

গ) বিহু

ঘ) বাথৌ পুজা

উত্তৰ- গ) বিহু ।

৬। উৎসৱে আমাৰ মনত কি দিয়ে ? 

ক) দুখ দিয়ে

খ) আনন্দ দিয়ে

গ) আঘাত দিয়ে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) আনন্দ দিয়ে ।

৭। গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২৫ জানুবাৰী

খ) ২৬ জানুবাৰী

গ) ১৫ আগষ্ট

ঘ) ২ জানুবাৰী

উত্তৰ- গ) ১৫ আগষ্ট ।

৮। স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২৬ জানুবাৰী

খ) ১৫ আগষ্ট

গ) ২ জানুবাৰী

ঘ) ২৫ জানুবাৰী

উত্তৰ- খ) ১৫ আগষ্ট ।

৯। গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২ অক্টোবৰ

খ) ৫ অক্টোবৰ

গ) ১৫ আগষ্ট

ঘ) ২৬ জানুবাৰী

উত্তৰ- ক) ২ অক্টোবৰ ।

১০। শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয়  ? 

ক) ৫ ছেপ্টেম্বৰ

খ) ২৪ জানুবাৰী

গ) ২৬ জানুবাৰী

ঘ) ১৫ আগষ্ট

উত্তৰ- ক) ৫ ছেপ্টেম্বৰ ।

Type by- Bikul Mandal