Class 3 Social Science Chapter 11 MCQ’s Sankardev School | যোগাযোগ আৰু যাতায়ত ব্যৱস্থা | Class 3 Social Science Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 11

যোগাযোগ আৰু যাতায়ত ব্যৱস্থা 

১)   এঠাইৰ খা – খবৰবোৰ আন ঠাইলৈ পঠিয়াব পৰা ব্যৱস্থটোক কি বোলা হয় ?  

ক) যোগাযোগ ব্যৱস্থা

খ) যাতায়ত ব্যৱস্থা

গ) ইণ্টাৰনেট ব্যৱস্থা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) যোগাযোগ ব্যৱস্থা ।

২। পৃথিৱীখন এখন কিহৰ দৰে হৈ গৈছে গৈ ? 

ক) এখন ৰাজ্যৰ দৰে

খ) এখন গাওঁৰ দৰে

গ) এখন জিলাৰ দৰে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) এখন গাওঁৰ দৰে ।

৩। কিহৰ জৰিয়তে দেশ – বিদেশৰ মানুহৰ লগত পোনপটীয়া কথা পাতিব পাৰি ?

ক) ডাকসেৱাৰ জৰিয়তে

খ) টেলিফোনৰ জৰিয়তে

গ) ইণ্টাৰনেটৰ জৰিয়তে

ঘ) বাতৰি -কাকতৰ জৰিয়তে

উত্তৰ- খ) টেলিফোনৰ জৰিয়তে ।

৪। ম’বাইল  ফোনৰ অত্যাধিক ব্য়ৱহাৰে শৰীৰৰ কি হব পাৰে? 

ক) বিকাশ কৰিব পাৰে

খ) ক্ষতি কৰিব পাৰে

গ) বৃদ্ধি কৰিব পাৰে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) ক্ষতি কৰিব পাৰে ।

৫। বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় যোগযোগ ব্যৱস্থাটো কি? 

ক) ফেক্স ব্য়ৱস্থা

খ) অনাতাঁৰ ব্যৱস্থা

গ) বাতৰি – কাকত ব্যৱস্থা

ঘ) ইণ্টাৰনেট ব্যৱস্থা

উত্তৰ- গ) বাতৰি – কাকত ব্যৱস্থা ।

৬। আমাৰ সমাজখন , দেশখন , পৃথিৱীখন , আনকি বিশ্বৰ সকলে খবৰ কত ছপা কৰা হয় ? 

ক) ইণ্টাৰনেটত ছপা কৰা হয়

খ) বাতৰি – কাকতত ছপা কৰা হয়

গ) টেলিভিজনত চপা কৰা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) বাতৰি – কাকতত ছপা কৰা হয় ।

৭। অতি কম সময়তে চিঠি বা দৰকাৰী কাগজ – পএৰ হুবহু প্ৰতিলিপি কি যন্ত্ৰৰ সহায়ত পঠিয়াব পাৰি ?

ক) ফেক্স ৰ সহায়ত

খ) দূৰদৰ্শন ৰ সহায়ত

গ) ইণ্টাৰনেটৰ সহায়ত

ঘ) অনাতাঁৰ সহায়ত

উত্তৰ- ক) ফেক্স ৰ সহায়ত ।

৮। ইণ্টাৰনেটক আধুনিক যুগৰ কি বুলি কোৱা হয় ? 

ক) যাতায়ত বুলি কোৱা হয়

খ) পুথিভঁৰাল বুলি কোৱা হয়

ঘ) অনাতাঁৰ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) পুথিভঁৰাল বুলি কোৱা হয় ।

৯। অসমত কেইপ্ৰকাৰৰ যাতায়ত ব্যৱস্থা আছে ? 

ক) দুই প্ৰকাৰৰ

খ) তিনি প্ৰকাৰৰ

গ) চাৰি প্ৰকাৰৰ

ঘ) পাচঁ প্ৰকাৰৰৰ

উত্তৰ- গ) চাৰি প্ৰকাৰৰ ।

১০। বিভিন্ন অঞ্চলৰ সৰু বৰ আলি কি হৰ অন্তৰ্গত ? 

ক) পঞ্চায়তৰ অন্তৰ্গত

খ) জিলাৰ অন্তৰ্গত

গ) কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) পঞ্চায়তৰ অন্তৰ্গত ।

Type by- Bikul Mandal