Class 3 Social Science Chapter 12 MCQ’s Sankardev School | জানিবলগীয়া কথা  | Class 3 Social Science Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-12

জানিবলগীয়া কথা

১) মহানগৰ বোৰত কি বেছি ?  

ক) জনসংখ্যা বেছি

খ) জাৱৰ বেছি

গ) প্ৰাকূতিক দুযোগ বেছি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জনসংখ্যা বেছি।

২)  হৈ – চৈ নকৰাকৈশাৰী পাতি টিকট কটা বা গাড়ীত উঠা ভদ্ৰ মানুহৰ কাম ? 

ক) অভদ্ৰ মানুহৰ কাম

খ) খঙাল মানুহৰ কাম

গ) ভদ্ৰ মানুহৰ কাম

ঘ) লাজুকিয়া মানুহৰ কাম

উত্তৰঃ গ) ভদ্ৰ মানুহৰ কাম।

৩) জাৱৰ – জোঁথৰ ,কাগজৰ টুকুৰা , গছৰ পাত, পাচলিৰ বাকলি , গোবৰ আদি এইবোৰ গাত খান্দি পুতি থলে কি সাৰৰ উৎপন্ন হয় ? 

ক) জৈবিক সাৰ

খ) পচন সাৰ

গ) ৰাসায়নিক সাৰ

ঘ) অপতূণ নাশক

উত্তৰঃ খ) পচন সাৰ।

৪) ভু – পৃষ্ঠৰ ভিন্ ভিন্ ঠাইৰ উচ্চতা , চাপ  তাপ আদিৰ প্ৰভাৱৰ বাবে বায়ু চলাচল কৰে ইয়াক কি বুলি কোৱা হয় ? 

ক) ধুমুহা বুলি কোৱা হয়

খ) ঘূৰণী বতাহ বুলি কোৱা হয়

গ) বতাহ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) বতাহ বুলি কোৱা হয়।

৫) বৰ জোৰেৰে বলা বতাহক কি বুলি কোৱা হয় ? 

ক) বৰদৈচিলা বুলি কোৱা হয়

খ) ধুমুহা বুলি কোৱা হয়

গ) ঘুৰণি বতাহ বুলি কোৱা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ধুমুহা বুলি কোৱা হয়।

৬) অসমত চ’ত , ব’হাগ মাহত বলা এনে ধুমুহা বতাহক কি বুলি কোৱা হয় ?  

ক) বৰদৈচিলা বুলা হয়

খ) ঘুৰণি বতাহ বুলি কোৱা হয়

গ) বতাহ হুলা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বৰদৈচিলা বুলা হয়।

৭) নদ – নদীৰ পানীয়ে পাৰ বাগৰি বা মথাউৰি ভাঙি দুয়োপাৰৰ বিশাল অঞ্চল বোৰাই পেলোৱা পানীক কি বুলি কোৱা হয় ? 

ক) বানপানী

খ) মাথাউৰি পানী

গ) ডেইনৰ পানী

ঘ) ওপৰৰ ওটাও নহয়

উত্তৰঃ ক) বানপানী।

৮) বানৰ পিছত কি হব পাৰে ? 

ক) বোমাৰ – আজাৰ হব পাৰে

খ) সুখ হব পাৰে

গ) দুখ হব পাৰে

ঘ) ওপৰৰ এটাও হয়

উত্তৰঃ ক) বোমাৰ – আজাৰ হব পাৰে।

৯) ভুমিকম্প কঁপনি কিহৰ সহায়ত জুখিব পাৰি ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ভুকম্পলেখ।

১০) কি স্কেলৰ সহায়ত ভুমিকম্পৰ কম্পন প্ৰকাশ কৰা হয় ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ) ৰিখ্টাৰ স্কেল

উত্তৰঃ ঘ) ৰিখ্টাৰ স্কেল।

Type By- Subhas Nath