Class 3 Social Science Chapter 7 MCQ’s Sankardev School | আমাৰ ৰাজ্য অসম | Class 3 Social Science Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 7

আমাৰ ৰাজ্য অসম

১। অতি পুৰণি কালত আমাৰ অসমৰ নাম কি আছিল?

(ক) ভাৰত

(খ) প্ৰাগজ্যোতিষপুৰ

(গ) অসম

উত্তৰ- (খ) প্ৰাগজ্যোতিষপুৰ ।

২। মহাৰাজ নৰকাসুৰৰ দিনত অসমৰ নাম কি ৰখা হয়?

(ক) প্ৰাগজ্যোতিষপুৰ

(খ) কামৰূপ

(গ) ভাৰত

উত্তৰ- (খ) কামৰূপ ।

৩। কামদেৱৰ পত্নী নাম কি আছিল?

(ক) ৰতি দেৱী

(খ) মতি দেৱী

(গ) ৰিমা দেৱী

উত্তৰ- (ক) ৰতি দেৱী ।

৪। আহোমসকলে আমাৰ ৰাজ্যখন কিমান খ্ৰীষ্টাব্দৰ পৰা ৰাজত্ব কৰিছিল?

(ক) ১২৩৩ পৰা ১৫৬৭ খ্ৰীষ্টাব্দৰলৈ

(খ) ১৪৫৫ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ

(গ) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ

উত্তৰ- (গ) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ ।

৫। অসম ভাৰতবৰ্ষৰ ক’ত অৱস্থিত?

(ক) উত্তৰ – পূব কোণত

(খ) দশিন

(গ) পশ্চিম

উত্তৰ- (ক) উত্তৰ – পূব কোণত ।

৬। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

(ক) ৩,১১,৬৯,২৭৫জন

(খ) ৩,৫৬,৭৮,২৭২ জন

(গ) ৩,১১,৬৯,২৭২ জন

উত্তৰ- (গ) ৩,১১,৬৯,২৭২ জন ।

৭। বৰ্তমান অসমত কিমান ন জিলা আছে?

(ক) ৩০ খন

(খ) ৩৫ খন

(গ) ৩৩ খন

উত্তৰ- (গ) ৩৩ খন ।

৮। অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন?

(ক) মৰিগাঁও

(খ) তেজপুৰ

(গ) নগাওঁ

উত্তৰ- (গ) নগাওঁ ।

৯। অসম ৰাজ্যখন কি পৰ্বত-পাহাৰেৰে ভৰা ?

(ক) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি

(খ) ভৈৰৱ চুড়া পাহাৰেৰে

(গ) বৰাইল পাহাৰেৰ

উত্তৰ- (ক) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি ।

১০। অসমত প্ৰাকৃতিকভাৱে জিলাসমূহ ব্ৰহ্মপুত্ৰ  উপত্যকাত কিমান খন?

(ক) ৩০ খন

(খ) ২৭ খন

(গ) ২৮ খন

উত্তৰ- (খ) ২৭ খন ।

Type by- Bikul Mandal