Class 3 Social Science Chapter 8.13 MCQ’s Sankardev School | ১৩) ওদালগুৰি জিলা | Class 3 Social Science Chapter 8.13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.13

ওদালগুৰি জিলা

১। ওদালগুৰি চাৰিসীমাত কি কি জিলা আছে?

(ক) মৰিগাঁও, নগাঁও, গোৱালপাৰা

(খ) শোণিতপুৰ, দৰং, বাকসা

(গ) মৰিগাঁও, নগাঁও, ওদালগুৰি

উত্তৰ- (খ) শোণিতপুৰ, দৰং, বাকসা ।

২। ওদালগুৰি সদৰ ঠাই কি?

(ক) মৰিগাঁও

(খ) শোণিতপুৰ

(গ) ওদালগুৰি

উত্তৰ- (গ) ওদালগুৰি ।

৩। ওদালগুৰি জিলা মহকুমা কি?

(ক) ভেৰগাঁও

(খ) ওদালগুৰি আৰু ভেৰগাঁও

(গ) ওদালগুৰি

উত্তৰ- (খ) ওদালগুৰি আৰু ভেৰগাঁও ।

৪। ওদালগুৰি জিলা মাটিকালি কিমাণ?

(ক) ১,৮৯৭.৯৫ বৰ্গ কিঃমিঃ

(খ) ২,৮৭৯.৭৮ বৰ্গ কিঃমিঃ

(গ) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ

উত্তৰ- (গ) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ ।

৫। ওদালগুৰি জিলা জনসংখ্যা কিমাণ ?

(ক) ৬,৮৭,৮৯০ জন

(খ) ৮,৩২,৭৬৯ জন

(গ) ৭,৯৮,৯৮০ জন

উত্তৰ- (খ) ৮,৩২,৭৬৯ জন ।

৬। ওদালগুৰি জিলা প্ৰধান উপনৈ কি কি ?

(ক) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।

(খ) ডিগাৰু, ভৰলু, মৰা ইত্যাদি।

(গ) বৰনদী, বৰলীয়া, বকো ইত্যাদি।

উত্তৰ- (ক) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।

৭। ওদালগুৰি প্ৰধান বিল কি ?

(ক) দীপৰ

(খ) চলচলা

(গ) কুন্দৰ বিল

উত্তৰ- (গ) কুন্দৰ বিল ।

৮। ওদাৰগুৰি জিলা সংৰক্ষিত বনাঞ্চলৰ কি?

(ক) কিংবদন্তী

(খ) খাটিং

(গ) ওদালগুৰি

উত্তৰ- (খ) খাটিং ।

৯। ওদালগুৰি জিলা কিমাণ নং ৰাষ্ট্ৰীয় ঘাইপথ ?

(ক) ৩৩ নং

(খ) ৩২ নং

(গ) ৫২ নং

উত্তৰ- (গ) ৫২ নং ।

১০। ওদালগুৰি জিলা প্ৰধান ৰে’ল ষ্টেছনসমূহ কি কি ?0

(ক) খৈৰাবাৰি।

(খ) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।

(গ) ৰৌতা।

উত্তৰ- (খ) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।

Type by- Bikul Mandal