Class 3 Social Science Chapter 8.15 MCQ’s Sankardev School | ১৫) নগাঁও জিলা | Class 3 Social Science Chapter 8.15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.15

নগাঁও জিলা

১। নগাঁও নামটো ক’ৰ পৰা উৎপত্তি হয় ?

(ক) স্বৰ্গদেউ প্ৰতাপ সিংহৰ নামৰ পৰা উৎপত্তি হয়।

(খ) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।

(গ) গাঁও শব্দৰ পৰা উৎপত্তি হয়।

উত্তৰ- (খ) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।

২। নগাঁও চাৰিসীমাত কি কি জিলা আছে?

(ক) শোণিতপুৰ , গোৱালপাৰা, চিৰাং জিলা।

(খ) মৰিগাঁও, নগাঁও, দৰং জিলা।

(গ) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।

উত্তৰ- (গ) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।

৩। নগাঁও জিলা সদৰ ঠাই কি?

(ক) মৰিগাঁও।

(খ) নগাঁও।

(গ) গোৱালপাৰা।

উত্তৰ- (খ) নগাঁও।

৪। নগাঁও জিলা  মহকুমা কি?

(ক) নগাঁও আৰু মৰিগাঁও।

(খ) নগাঁও আৰু কলিয়াবৰ।

(গ) নগাঁও আৰু গোৱালপাৰা।

উত্তৰ- (খ) নগাঁও আৰু কলিয়াবৰ।

৫। নগাঁও জিলা  জনসংখ্যা কিমান?

(ক) ১৮,৯২,৫৫০ জন

(খ) ১২,৮৯, ৭৭৮ জন

(গ) ১৩,৯৮,৮৯০ জন

উত্তৰ- (ক) ১৮,৯২,৫৫০ জন ।

৬। নগাঁও জিলা মাটিকালি  কিমান ?

(ক) ২২৬৭ বৰ্গ কিঃমিঃ

(খ) ২২৮৭ বৰ্গ কিঃমিঃ

(গ) ৫৫৬৭ বৰ্গ কিঃ মিঃ

উত্তৰ- (খ) ২২৮৭ বৰ্গ কিঃমিঃ ।

৭। নগাঁও জিলা প্ৰধান উপনৈ  কি কি ?

(ক) কপিলী, ননৈ, কলং, সোণাই ইত্যাদি ।

(খ) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।

(গ) মৰা ধনশিৰি, পাচনৈ , ইত্যাদি ।

উত্তৰ- (খ) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।

৮। নগাঁও জিলা প্ৰধান নদী কি?

(ক) কলং ।

(খ) ব্ৰহ্মপুত্ৰ।

(গ) কপিলি।

উত্তৰ- (খ) ব্ৰহ্মপুত্ৰ।

৯। নগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ ?

(ক) ৩২ আৰু ৩১ নং

(খ) ৩৬ আৰু ৩৭ নং

(গ) ৩৩ নং ৩১ নং

উত্তৰ- (খ) ৩৬ আৰু ৩৭ নং ।

১০। নগাঁও জিলা  প্ৰধান শস্য  কি কি ?

(ক) ধান ।

(খ) মাহ।

(গ) ধান , মাহ, সৰিয়হ ।

উত্তৰ- (গ) ধান , মাহ, সৰিয়হ ।

Type by- Bikul Mandal