Class 3 Social Science Chapter 8.16 MCQ’s Sankardev School | ১৬) হোজাই জিলা | Class 3 Social Science Chapter 8.16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.16

হোজাই জিলা

১। হোজাই নামতো ক’ৰ পৰা উৎপত্তি হৈছিল?

(ক) ডিমাচাৰ নামৰ পৰা।

(খ) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক’ৰে।

(গ) নগাঁও জিলা পৰা।

উত্তৰ- (খ) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক’ৰে।

২। হোজাই চাৰিসীমাত কি কি জিলা আছে?

(ক) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।

(খ) নগাঁও, মৰিগাঁও, গোৱালপাৰা।

(গ) মৰিগাঁও, চিৰাং, নগাঁও।

উত্তৰ- (ক) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।

৩। হোজাই সদৰ ঠাই কি?

(ক) কাৰ্বি আংলং।

(খ) মৰিগাঁও।

(গ) শংকৰদেৱ নগৰ।

উত্তৰ- (গ) শংকৰদেৱ নগৰ।

৪। হোজাই জি্লা জনসংখ্যা কিমান?

(ক) ৯,৩১,২১৮ জন।

(খ) ৪,৮৯,৭৬৮ জন।

(গ) ৫,৯৮,৮৯০ জন।

উত্তৰ- (ক) ৯,৩১,২১৮ জন।

৫। হোজাই জিলা মহকুমা কি?

(ক) মৰিগাঁও।

(খ) নগাঁও।

(গ) হোজাই।

উত্তৰ- (গ) হোজাই।

৬। হোজাই জিলা প্ৰধান নদী কি কি ?

(ক) কপিলি , যমুনা, লংকাজান, ইত্যাদি।

(খ) ব্ৰহ্মপুত্ৰ।

(গ) কলং, সোনাই।

উত্তৰ- (ক) কপিলি , যমুনা, লংকাজান, ইত্যাদি।

৭। হোজাই ৰাষ্ট্ৰীয় পথ কিমান নং?

(ক) ৩২ নং আৰু ৫৪ নং ।

(খ) ৩৬ নং আৰু ৫৪ নং।

(গ) ৩২ নং আৰু ৩৫ নং।

উত্তৰ- (খ) ৩৬ নং আৰু ৫৪ নং।

৮। হোজাই কি যাতায়াতৰ ব্যৱস্থা আছে?  

(ক) স্থলপথ ব্যৱস্থা।

(খ) ৰে’ল ব্যৱস্থা।

(গ) স্থলপথ আৰু ৰে’ল ব্যৱস্থা।

উত্তৰ- (গ) স্থলপথ আৰু ৰে’ল ব্যৱস্থা।

Type by- Bikul Mandal