Class 3 Social Science Chapter 8.20 MCQ’s Sankardev School | ২০) শিৱসাগৰ জিলা | Class 3 Social Science Chapter 8.19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.20

শিৱসাগৰ জিলা 

১। শিৱসাগৰ পুখুৰীতো কাৰ নাম খন্দোৱা হৈছিল?

(ক) শিৱসিংহ

(খ) চুকাফা

(গ) চুডাংফা

(ঘ) যোগেশ্বৰ সিংহ

উত্তৰ- (ক) শিৱসিংহ ।

২। শিৱসাগৰ পুখুৰীৰ পাৰত গঢ়ি উঠা চহৰ খনৰ নাম কি ? 

(ক)মৰিগাওঁ

(খ) নগাওঁ

(গ)শিৱসাগৰ

(ঘ) নলবাৰী

উত্তৰ- (ক)মৰিগাওঁ ।

৩। শিৱসাগৰ জিলাৰ পূবে কি আছে? 

(ক) মাজুলি

(খ) ডিব্ৰুগড়

(গ) চৰাইদেউ

(ঘ) যোৰহাট

উত্তৰ- (খ) ডিব্ৰুগড় ।

৪। শিৱসাগৰ জিলাৰ সদৰ ঠাই কি ? 

(ক) নাজিৰা

(খ) ডিব্ৰুগড়

(গ) চৰাইদেউ

(ঘ) মাজুলি

উত্তৰ- (খ) ডিব্ৰুগড় ।

৫। শিৱসাগৰ জিলাৰ মহকুমাৰ কি ? 

(ক) শিৱসাগৰ

(খ) নাজিৰা

(গ) যোৰহাট

(গ) শিৱসাগৰ আৰু নাজিৰা

উত্তৰ- (গ) শিৱসাগৰ আৰু নাজিৰা ।

৬। শিৱসাগৰ জিলাৰ মাটি কালি কিমান ?

ক ১৭২৯ বৰ্গ কিঃমিঃ

খ) ১৮১৮ বৰ্গ কিঃমিঃ

গ) ১৮২৭ বৰ্গ কিঃমিঃ

ঘ) ১৯৯১ বৰ্গ কিঃমিঃ

উত্তৰ- ক ১৭২৯ বৰ্গ কিঃমিঃ ।

৭। শিৱসাগৰ জিলাৰ মুঠ জনসংখ্যা ? 

ক) ১১,৫০,২৫৩ জন ।

খ) ১২,৫১,৩৫৪ জন ।

গ)১৩,৫২,৪৫৫ জন ।

ঘ) ১৪,৫৩,৫৫৬ জন ।

উত্তৰ- ক) ১১,৫০,২৫৩ জন ।

৮। শিৱসাগৰ জিলাৰ প্ৰধান নদী কি ? 

ক) ব্ৰহ্মপুত্ৰ

খ) গংগা

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) ব্ৰহ্মপুত্ৰ ।

৯। শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় পথটো কি ? 

ক) ২৫ নং

খ) ৩৫ নং

গ)৩৭ নং

ঘ) ১৫ নং

উত্তৰ- গ)৩৭ নং ।

১০। শিৱসাগৰ জিলাৰ প্ৰাকৃতিক সম্পদ কি ? 

ক) খাৰুৱা তেল

খ) কয়লা

গ) প্ৰাকৃতিক গেছ

ঘ) খাৰুৱা তেল আৰু কয়লা

উত্তৰ- ঘ) খাৰুৱা তেল আৰু কয়লা ।

Type by- Bikul Mandal