Class 3 Social Science Chapter 8.21 MCQ’s Sankardev School | ২১) চৰাইদেউ জিলা | Class 3 Social Science Chapter 8.21 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.21

চৰাইদেউ জিলা 

১। আহোমসকলে ৰংপুৰৰ পৰা ৰাজধানী তুলি নি কত পাতিছিল ?  

ক) ডিব্ৰুগড়

খ) চৰাইদেউ

গ) লাকুৱা

ঘ) মৰাণ

উত্তৰ- খ) চৰাইদেউ ।

২। চৰাইদেউ কিহৰ বাবে  বিখ্যাত ? 

ক) পৰিভ্ৰমী চৰাই বাবে

খ) প্ৰাকূতিক গেছ বাবে

গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে

ঘ) কয়লাৰ বাবে

উত্তৰ- গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ।

৩। চৰাইদেউ জিলাৰ উওৰে কি জিলা আছে ? 

ক) শিৱসাগৰ

খ) ডিব্ৰুগড়

গ)মৰাণ

ঘ) লাকুৱা

উত্তৰ- খ) ডিব্ৰুগড় ।

৪। চৰাইদেউৰ মাটিকালী কিমান ? 

ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ

খ) ৮৩৫,০৫ বৰ্গ কিঃ মিঃ

গ) ৭৩৪,০৪ বৰ্গ কিঃ মিঃ

ঘ) ৬৩৩,০৫ বৰ্গ কিঃ মিঃ

উত্তৰ- ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ ।

৫। চৰাইদেউৰ সদৰ ঠাই কি ? 

ক) লাকুৱা

খ) সোনাৰী

গ) মৰাণ

ঘ) মৰিগাওঁ

উত্তৰ- খ) সোনাৰী ।

৬। চৰাইদেউৰ মহকুমাৰ কি ? 

ক) চৰাইদেউ

খ) মৰাণ

গ) লাকুৱা

ঘ) সোণাৰী

উত্তৰ- ক) চৰাইদেউ ।

৭। চৰাইদেউ পশ্চিমে কি জিলা আছে ?  

ক) সোণাৰী

খ) লাকুৱা

গ) শিৱসাগৰ

ঘ) অৰুণাচল প্ৰদেশ

উত্তৰ- গ) শিৱসাগৰ ।

৮। চৰাইদেউ জিলাৰ পূৱা-পশ্চিম কি পাৰ হৈ গৈছে ? 

ক) ধোদৰ আলি

খ) ৩৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

গ) ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) ধোদৰ আলি ।

৯।ধোদৰ আলি কত আছে ?

ক) মৰিগাওঁত

খ) নগাওঁত

গ) চৰাইদেউত

ঘ) শিৱসাগৰত

উত্তৰ- গ) চৰাইদেউত ।

১০। চৰাইদেউ নামৰ  উৎপত্তি কি ভাষাৰ পৰা হৈছিল ?

ক) তাই ভাষাৰ পৰা

খ) অসমীয়া ভাষাৰ পৰা

গ) হিন্দী ভাষাৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) তাই ভাষাৰ পৰা ।

Type by- Bikul Mandal