Class 3 Social Science Chapter 8.22 MCQ’s Sankardev School | ২২) ডিব্ৰুগড় জিলা | Class 3 Social Science Chapter 8.22 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.22

ডিব্ৰুগড় জিলা

১। ডিব্ৰুগড় জনসংখ্যা কিমান ? 

ক) ১৩,২৭.৭৪৮ জন

খ) ১২,২৬,৬৩৭ জন

গ) ১১,২৫,৫৩৬ জন

ঘ) ১০,২৪.৪৩৫ জন

উত্তৰ- ক) ১৩,২৭.৭৪৮ জন ।

২। ডিব্ৰুগড় সদৰ ঠাই কি ? 

ক) চৰাইদেউ

খ) মৰাণ

গ) লাকুৱা

ঘ) ডিব্ৰুগড়

উত্তৰ- ঘ) ডিব্ৰুগড় ।

৩। ডিব্ৰুগড় জিলাৰ মুঠ মাটিকালি কিমান ? 

ক) ৩,৩৮৩,৭৪৮

খ) ৩,৩৮৭,৭৫৮

গ) ৫,৫৫৫.৫৫

ঘ) ৩,৩৩৩,৩৩

উত্তৰ- খ) ৩,৩৮৭,৭৫৮ ।

৪। ডিব্ৰুগড় জিলাৰ প্ৰধান শস্য কি ? 

ক) চাহ

খ) ধান

গ) সৰিয়হ

ঘ) চাহ , ধান , মাহ , ,সৰিয়হ

উত্তৰ- ঘ) চাহ , ধান , মাহ , ,সৰিয়হ ।

৫। ডিব্ৰুগড় প্ৰধান উপনৈ কি ? 

ক) ডিব্ৰু

খ) বুঢ়ীদিহিং

গ) চেঁচা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ঘ) ওপৰৰ এটাও নহয় ।

৬। ডিব্ৰুগড় জিলাৰ প্ৰধান বিল ? 

ক) মেৰ

খ) দীঘলী

গ) লাই

ঘ) মেৰ , দীঘলী , লাই , বগীবিল

উত্তৰ- ঘ) মেৰ , দীঘলী , লাই , বগীবিল ।

৭। ডিব্ৰুগড় জিলাৰ উওৰে কি জিলা অছে ? 

ক) তিনিচুকীয়া

খ) শিৱসাগৰ

গ) ধেমাজি

ঘ) মৰিগাওঁ

উত্তৰ- গ) ধেমাজি ।

৮। ডিব্ৰুগড় জিলাৰ পূবে কি জিলা আছে ? 

ক) তিনিচুকিয়া

খ) ধেমাজি

গ) মৰিগাওঁ

ঘ) শিৱসাগৰ

উত্তৰ- ক) তিনিচুকিয়া ।

৯। ডিব্ৰুগড় জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) বৰঙাবাৰী

গ) তিনিচুকীয়া

ঘ) ডিব্ৰুগড়

উত্তৰ- ঘ) ডিব্ৰুগড় ।

১০। ডিব্ৰুগড় জিলাৰ পশ্চিমে কি জিলা আছে ? 

ক) নগাওঁ

খ) তিনিচুকীয়া

গ) ধেমাজি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) ধেমাজি ।

Type by- Bikul Mandal