Class 3 Social Science Chapter 8.24 MCQ’s Sankardev School | ২৩) ধেমাজি জিলা | Class 3 Social Science Chapter 8.24 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.24

ধেমাজি জিলা 

১। ধেমাজি শব্দটো কি ভাষাৰ শব্দ ? 

ক) হিন্দী ভাষাৰ শব্দ

খ) মাৰাথী ভাষাৰ শব্দ

গ) বড়ো ভাষাৰ শব্দ

ঘ) দেউৰী ভাষাৰ শদ

উত্তৰ- ঘ) দেউৰী ভাষাৰ শদ ।

২। কি শব্দৰ পৰা ধেমাজি শব্দৰ উৎপওি হৈছিল ? 

ক) ‘দেমাজি’ শব্দৰ পৰা

খ) ‘ধেমালি’ শব্দৰ পৰা

গ) ধান শব্দৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) ‘দেমাজি’ শব্দৰ পৰা ।

3। ‘দেমা’ শব্দৰ অৰ্থ কি ? 

ক) পানী

খ) ডাঙৰ

গ) সৰু

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) ডাঙৰ ।

৪। ‘জি’ শব্দৰ অৰ্থ কি ? 

ক) পানী

খ) ডাঙৰ

গ) সৰু

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) পানী ।

৫। ধেমাজি জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুনাচল প্ৰদেশ অছে ।

খ) মৰিগাওঁ আছে

গ) শিৱসাগৰ আছে

ঘ) মৰাণ আছে ।

উত্তৰ- ক) অৰুনাচল প্ৰদেশ অছে ।

৬। ধেমাজি জিলাৰ পূবে কি জিলা আছে ? 

ক) শিৱসাগৰ আছে ।

খ) মৰিগাওঁ আছে ।

গ) তিনিচুকীয়া আছে ।

ঘ) মৰাণ আছে ।

উত্তৰ- গ) তিনিচুকীয়া আছে ।

৭। ধেমাজি জিলাৰ মহকুমাৰ কত আছে ? 

ক) ধেমাজিত আছে

খ) জোনাই ত আছে

গ) মৰাণ ত আছে

ঘ) ধেমাজি আৰু জোনাই আছে

উত্তৰ- ঘ) ধেমাজি আৰু জোনাই আছে ।

৮। ধেমাজি জিলাৰ সদৰ ঠাই কি ? 

ক) ধেমাজি

খ) মৰিগাওঁ

গ) শিৱসাগৰ

ঘ) মৰাণ

উত্তৰ- ক) ধেমাজি ।

৯। ধেমাজি জিলাৰ মাটিকালি কিমান 

ক) ৪,২৩৭ বৰ্গ কিঃমিঃ

খ) ৩,২৩৭ বৰ্গ কিঃমিঃ

গ) ৫,২৩৭ বৰ্গ কিঃমিঃ

ঘ) ৬,২৩৭ বৰ্গ কিঃমিঃ

উত্তৰ- খ) ৩,২৩৭ বৰ্গ কিঃমিঃ ।

১০। ধেমাজি জিলাৰ প্ৰধান নদী কি ? 

ক) ব্ৰহ্মপুত্ৰৰ

খ) গংগা

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) ব্ৰহ্মপুত্ৰৰ ।

Type by- Bikul Mandal