Class 3 Social Science Chapter 8.26 MCQ’s Sankardev School | ২৬) বিশ্বনাথ জিলা  | Class 3 Social Science Chapter 8.26 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.26

বিশ্বনাথ জিলা 

১। বশিষ্ঠ মুনিয়ে কোনখন জিলাত কাশীৰদৰে এখন তীৰ্ত পাতিবলৈ মনস্থ কৰিছিল ? 

ক) মৰিগাওঁ জিলাত

খ) নলবাৰী জিলাত

গ) লখিমপুৰ জিলাত

ঘ) বিশ্বনাত জিলাত

উত্তৰ- ঘ) বিশ্বনাত জিলাত ।

২। কিমান শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ  সময়ত মাএ এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিব পৰা নগ’ল ?  

ক) দুটা শিৱলিংগ

খ) এককোটি শিৱলিংগ

গ) সাতটা শিৱলিংগ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) এককোটি শিৱলিংগ ।

৩। শিৱলিংগ প্ৰতিষ্ঠা নকৰাৰ কাৰণে কি কাশীৰ সলনি কি বুলি কোৱা হল ? 

ক) অকাশী বুলি কোৱা হল

খ) বিশ্বনাথ বুলি কোৱা হল

গ) গুপ্তকাশী বুলি কোৱা হল

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) গুপ্তকাশী বুলি কোৱা হল ।

৪। বিশ্বনাথ জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুনাচল প্ৰদেশ আছে

খ) শোণিতপুৰ জিলা

গ) মৰিগাওঁ জিলা

ঘ) নগাওঁ জিলা

উত্তৰ- ক) অৰুনাচল প্ৰদেশ আছে ।

৫। বিশ্বনাথ জিলাৰ দক্ষিনে  কি জিলা আছে ? 

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) নলবাৰী জিলা

ঘ) তিনিচুকীয়া জিলা

উত্তৰ- খ) নগাওঁ জিলা ।

৬। বিশ্বনাথ জিলাৰ সদৰ ঠাই কি ? 

ক) নলবাৰী

খ) ধুবুৰি

গ) বিশ্বনাথ চাৰিআলি

ঘ) লাকুৱা

উত্তৰ- গ) বিশ্বনাথ চাৰিআলি ।

৭। বিশ্বনাথ জিলাৰ মহকুমাৰ কি ? 

ক) বিশ্বনাথ চাৰিআলি

খ) গহপুৰ

গ) নলবাৰী

ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ

উত্তৰ- ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ ।

৮। বিশ্বনাথ জিলাৰ প্ৰধান নদী কি ? 

ক) গংগা

খ) ব্ৰহ্মপুত্ৰ

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) ব্ৰহ্মপুত্ৰ ।

৯। বিশ্বনাথ জিলাত থকা  বনাঞ্চল দুখনৰ নাম কি ? 

ক) বিহালী

খ) গহপূৰ

গ) বিহালী আৰু গহপুৰ

ঘ) মানস

উত্তৰ- গ) বিহালী আৰু গহপুৰ ।

১০। কোন গৰাকী  মুনিয়ে এই অঞ্চল কাশীৰ দৰে তীৰ্থ পাতিবলৈ বিচাৰিচিল ?  

ক) দুৰবাসা মুনি

খ) বশিষ্ঠ মুনি

গ) পিংকু মুনি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) বশিষ্ঠ মুনি ।

Type by- Bikul Mandal