Class 3 Social Science Chapter 8.27 MCQ’s Sankardev School | ২৭) শোণিতপুৰ জিলা  | Class 3 Social Science Chapter 8.27 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.27

শোণিতপুৰ জিলা 

১। বৰ্তমান তেজপুৰ চহৰ প্ৰাচীন কালত কি নামৰ ৰজাৰ ৰাজধানী আছিল ? 

ক) চুকাফা ৰজা

খ) চুখাংফা ৰজা

গ) চুডাংফা ৰজা

ঘ) বাণ ৰজা

উত্তৰ- ঘ) বাণ ৰজা ।

২। বাণ ৰজাৰ জীয়েকৰ নাম কি ?

ক) লিজাশ্ৰী

খ) কৰবী

গ)ঊষা

ঘ) কাঞ্চন

উত্তৰ- গ) ঊষা ।

৩। শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম কি ? 

ক) পিংকু

খ) পল্লব

গ) প্ৰিয়ম

গ) অনিৰুদ্ধই

উত্তৰ- গ) অনিৰুদ্ধই ।

৪। বাণ ৰজাই অনিৰুদ্ধক কত বন্দী কৰি থয় ? 

ক) মৰিগাওঁত

খ) নলবাৰীত

গ) তেজপুৰত

ঘ) বৰঙাবাৰীত।

৫। ‘হৰি-হৰৰ যুদ্ধ কাৰ মাজত হৈছিল ? 

ক) মোগল আৰু আহোম মাজত

খ) মোগল আৰু ইংৰাজসকল মাজত

গ) হৰি আৰু হৰৰ মাজত

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) হৰি আৰু হৰৰ মাজত ।

৬। ‘হৰি-হৰৰ ‘যুদ্ধত কিহেৰে নৈ বৈ গৈছিল ?  

ক) পানীৰে

খ) শোণিতেৰে

গ) বৰষেৰে

ঘ) চাহেৰে

উত্তৰ- খ) শোণিতেৰে ।

৭। তেজপুৰ জিলাৰ সদৰ ঠাই কি ?

ক) তেজপুৰ

খ) মৰিগাওঁ

গ) নলবাৰী

ঘ) নগাওঁ

উত্তৰ- ক) তেজপুৰ ।

৮। শেণিতপুৰ জিলাৰ মাটিকালি কিমান ? 

ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ

খ) ৫,৩২৩.৯৮ বৰ্গ কিঃমিঃ

গ) ৫,৩২৪.৯৮ বৰ্গ কিঃমিঃ .

ঘ) ৫,৩২৫.৯৮ বৰ্গ কিঃমিঃ

উত্তৰ- ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ ।

৯। শোণিতপুৰ জিলাৰ জনসংখ্যা  কিমান ? 

ক) ১৯,২৬,৮৭৫ জন

খ) ১৬,২৫,৮৯০ জন

গ) ১৯,২৫,৯৭৫ জন

ঘ) ৫৫,৫৫,৫৫৫ জন

উত্তৰ- গ) ১৯,২৫,৯৭৫ জন ।

১০। শোণিতপুৰ জিলাৰ প্ৰধান নদী ? 

ক) বৰাক

খ) গংগা

গ) ব্ৰহ্মপুত্ৰ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) ব্ৰহ্মপুত্ৰ ।

Type by- Bikul Mandal