Class 3 Social Science Chapter 8.28 MCQ’s Sankardev School | ২৮) কাছাৰ জিলা | Class 3 Social Science Chapter 8.28 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.28

কাছাৰ জিলা 

১। এসময়ত এই জিলাত কোনে ৰাজত্ব কৰিছিল ? 

ক) ডিমাচা-কছাৰীসকলে

খ) আহোমসকলে

গ) মোগল সকলে

ঘ) ইংৰাজসকলে

উত্তৰ- ক) ডিমাচা-কছাৰীসকলে ।

২। এই জিলাৰ উওৰে কি জিলা আছে ? 

ক) নলবাৰী

খ) মৰাণ

গ) শিলচৰ

ঘ) ডিমা হাচাও আৰু মেঘালয়

উত্তৰ- ঘ) ডিমা হাচাও আৰু মেঘালয় ।

৩। এই জিলাৰ পূৱে কি ৰাজ্য আছে ? 

ক) মিজোৰাম

খ) মেঘালয়

গ) মণিপুৰ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) মণিপুৰ ।

৪। কাছাৰ জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) নগাওঁ

গ) নলবাৰী

ঘ) শিলচৰ।

উত্তৰ- ঘ) শিলচৰ।

৫। কাছাৰ জিলাৰ মহকুমাৰ কি ? 

ক) শিলচৰ

খ) লক্ষীপুৰ

গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া

ঘ) কাটিগড়া

উত্তৰ- গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া ।

৬। এই জিলাৰ মাটিকালি কিমান ? 

ক) ৩,৭৭৬.১০ বৰ্গ কিঃমিঃ

খ) ৪,৭৭৭.১০ বৰ্গ কিঃমিঃ

গ) ৫,৪৪৪.৫৫ বৰ্গ কিঃমিঃ

ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ

উত্তৰ- ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ ।

৭। এই জিলাৰ জনসংখ্যা কিমান ? 

ক) ১৭,৩৬,৩২০ জন

খ) ১৮,৩৪,৩২১জন

গ) ১৭,৩৬,৩১৯ জন

ঘ) ১২,২৩,২৫৯ জন

উত্তৰ- গ) ১৭,৩৬,৩১৯ জন ।

৮। এই জিলাৰ বিমান ঘাটি কত আছে ? 

ক) লক্ষীপুৰত

খ) কাটিগড়াত

গ) দামচৰা

ঘ) কুম্ভীৰগ্ৰাম

উত্তৰ- ঘ) কুম্ভীৰগ্ৰাম ।

৯। এই জিলাৰ দক্ষিণে কি  আছে ? 

ক) হাইলাকান্দি

খ) শিলচৰ

গ) কাটিগড়া

ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য

উত্তৰ- ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য ।

১০। এই জিলাৰ পশ্চিমে কি আছে ? 

ক) কৰিমগঞ্জ

খ) ইাইলাকান্দি

গ) কৰিমগঞ্জ আৰু হাইলাকান্দি

ঘ) মৰাণ

উত্তৰ- গ) কৰিমগঞ্জ আৰু হাইলাকান্দি ।

Type by- Bikul Mandal