Class 3 Social Science Chapter 8.29 MCQ’s Sankardev School | ২৯) কৰিমগঞ্জ জিলা  | Class 3 Social Science Chapter 8.29 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.29

কৰিমগঞ্জ জিলা 

১। গঞ্জ শব্দৰ অৰ্থ কি ? 

ক) বজাৰ

খ) ভাং

গ) লো

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) বজাৰ ।

২। কৰিমগঞ্জ জিলাৰ উওৰে কি আছে ?

ক) মৰিগাওঁ

খ) নলবাৰী

গ) মৰাণ

ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা

উত্তৰ- ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা ।

৩। এই জিলাৰ সদৰ ঠাই কি ? 

ক) নলবাৰী

খ) মৰাণ

গ) তিনিচুকীয়া

ঘ) কৰিমগঞ্জ

উত্তৰ- ঘ) কৰিমগঞ্জ ।

৪। এই জিলাৰ মহকুমাৰ কি ? 

ক) ৰামকৃষ্ণ নহৰ

খ) কাছাৰ

গ) এিপুৰা

ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ

উত্তৰ- ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ ।

৫। এই জিলাৰ মাটিকালি কিমান ? 

ক) ১,৮০৯ বৰ্গ কিঃমিঃ

খ) ১,৯০৮ বৰ্গ কিঃমিঃ

গ) ২,৩০৩ বৰ্গ কিঃমিঃ

ঘ) ১,৯৯৯ বৰ্গ কিঃমঃ

উত্তৰ- ক) ১,৮০৯ বৰ্গ কিঃমিঃ ।

৬। এই জিলাৰ প্ৰধান নদী কি ? 

ক) বৰাক

খ) গংগা

গ) ব্ৰহ্মপুত্ৰৰ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) বৰাক ।

৭। এই জিলাৰ প্ৰধান বিল ? 

ক) ৰাতাকান্দী

খ) সোণবিল

গ) ৰাতাকান্দী আৰু সোণবিল

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) ৰাতাকান্দী আৰু সোণবিল ।

৮। এই জিলাৰ ৰাষ্ট্ৰিয় ঘাইপথটো কি ? 

ক) ৩৭ নং

খ) ৩২ নং

গ) ৪৩ নং

ঘ) ৪৪ নং

উত্তৰ- ঘ) ৪৪ নং।

৯। এই জিলাৰ পূবে কি আছে ? 

ক) হাইলাকান্দি জিলা

খ) মৰাণ

গ) নলবাৰী

ঘ) সোণখিৰা

উত্তৰ- ক) হাইলাকান্দি জিলা ।

১০। এই জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) হাইলাকান্দি

খ) মিজোৰাম

গ) কাছাৰ

ঘ) এিপুৰা

উত্তৰ- খ) মিজোৰাম ।

Type by- Bikul Mandal