Class 3 Social Science Chapter 8.31 MCQ’s Sankardev School | কাৰ্বি আংলং (পূৱ) জিলা | Class 3 Social Science Chapter 8.31 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.31

কাৰ্বি আংলং (পূৱ) জিলা

১) আংলং মানে কি ?

ক) কাপোৰ

খ) বাসভুমি

গ) লাওপানী

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বাসভুমি।

২) কাৰ্বিসকলৰ বাসভুমি হোৱাৰ বাবে এই জিলাখনক কি নামেৰে জনা যায় ?

ক) মৰিগাওঁ নামেৰে জনা যায়

খ) মৰাণ নামেৰে জনা যায়

গ)ডিফু নামেৰে জনা যায়

ঘ) কাৰ্বি আংলং নামেৰে জনা যায়

উত্তৰঃ ঘ) কাৰ্বি আংলং নামেৰে জনা যায়।

৩) এই জিলাৰ উওৰে কি জিলা আছে ?

ক) নগাওঁ জিলা

খ) গোলাঘাট জিলা

গ) নগাওঁ আৰু গোলাঘাট জিলা

ঘ) ডিফু

উত্তৰঃ গ) নগাওঁ আৰু গোলাঘাট জিলা।

৪) এই জিলাৰ সদৰ ঠাই কি ?

ক) বোকাজান

খ) হাওৰাঘাট

গ) ডিফু

ঘ) কাৰ্বি আংলং

উত্তৰঃ গ) ডিফু।

৫) এই জিলাৰ মহকুমা কত আছে ?

ক) ডিফু

খ) বোকাজান

গ) হাওৰাঘাট

ঘ) ডিফু, বোকাযান, হাওৰাঘাট

উত্তৰঃ ঘ) ডিফু, বোকাযান, হাওৰাঘাট।

৬) এই জিলাৰ মাটি কালি কিমান ?

ক) ৭৩৯৮ বৰ্গ কিঃমিঃ

খ) ৭৩৯৭ বৰ্গ কিঃমিঃ

গ) ৭৩৯৯ বৰ্গ কিঃমিঃ

ঘ) ৭৩৯৯ বৰ্গ কিঃমিঃ

উত্তৰঃ গ) ৭৩৯৯ বৰ্গ কিঃমিঃ।

৭) এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৬,৬০,৫৫৯ বৰ্গ কিঃমিঃ

খ) ৬,৭০.৯৫৫ বৰ্গ কিঃমিঃ

গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ

ঘ) ৭,৪৩,৯৯৯ বৰ্গ কিঃমিঃ

উত্তৰঃ গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ।

৮) এই জিলাৰ পূবে কি আছে ?

ক) মৰিগাওঁ

খ) নাগালেণ্ড

গ) গোলাঘাট

ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য

উত্তৰঃ ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য।

৯) এই জিলাৰ দক্ষিণে কি আছে ?

ক) ডিমা হাচাও জিলা

খ) নাগালেণ্ড

গ) নলবাৰী

ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য

উত্তৰঃ ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য।

১০) এই জিলাৰ পশ্চিমে কি জিলা আছে ?

ক) নলবাৰী জিলা

খ) নগাওঁ জিলা

গ) মৰাণ জিলা

ঘ) হোজাই জিলা

উত্তৰঃ ঘ) হোজাই জিলা।

Type By- Subhas Nath