Class 3 Social Science Chapter 8.1 MCQ’s Sankardev School | ধুবুৰি | Class 3 Social Science Chapter 8.1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.1

ধুবুৰি

১। ধুবুৰি নামতো কিহৰ পৰা উৎপত্তি হয়?

(ক) নেতাই ধুবুনীৰ নামৰ পৰা

(খ) নেতাৰ নামৰ পৰা

(গ) পশ্চিমবংগ নামৰ পৰা

উত্তৰ- (ক) নেতাই ধুবুনীৰ নামৰ পৰা ।

২। ধুবুৰি চাৰিসিমাত কি কি জিলা আছে?

(ক) মৰিগাঁও, নগাওঁ, চিৰাং

(খ) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা

(গ) বাকসা , নলবাৰী, দৰং

উত্তৰ- (খ) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা ।

৩। ধুবুৰি মহকুমা কি?

(ক) বিলাসীপাৰা

(খ) মৰিগাঁও

(গ) নগাওঁ

উত্তৰ- (ক) বিলাসীপাৰা ।

৪। ধুবুৰিত জনসংখ্যা কিমান?

(ক) ১৯,৫৫,৬৩২

(খ) ১৯,৪৮,৬৩০

(গ) ১৯,৪৮,৬৩২

উত্তৰ- (গ) ১৯,৪৮,৬৩২ ।

৫। ধুবুৰি প্ৰধান উপনৈ কি কি?

(ক) গৌৰাং , চম্পাৱতী , সোণকোষ

(খ) গদাধৰ, গংগাধৰ, সোণকোষ

(গ) বৰনদী, বকো , কুলসী

উত্তৰ- (খ) গদাধৰ, গংগাধৰ, সোণকোষ ।

৬। ধুবুৰি প্ৰধান পাহাৰ কি কি?

(ক) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা

(খ) শ্ৰীসূৰ্য, ৰাক্ষসিনী, পাগলাৰটেক

(গ) টোকোৰাবন্ধা, শ্ৰীসূৰ্য, পাগলাৰটেক

উত্তৰ- (ক) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা ।

৭। ধুবুৰি ৰে’ল  ষ্টেছন সমূহ কি কি ?

(ক) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি

(খ) বাসুগাঁও, চৌতাৰা, গোসাঁইগাঁও

(গ) সাপটগ্ৰাম, শ্ৰীৰামপুৰ, ফকিৰাগ্ৰাম

উত্তৰ- (ক) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি ।

৮। ধুবুৰি প্ৰধান  বিল কি কি?

(ক) তামৰঙা

(খ) দলনি

(গ) ধীৰ, দিপুল, ডাকৰা

উত্তৰ- (গ) ধীৰ, দিপুল, ডাকৰা ।

৯। ধুবুৰি জাহাজঘাটৰ নাম কি?

(ক) দলনি

(খ) শ্ৰীসূৰ্য

(গ) গোলোকগঞ্জ

উত্তৰ- (গ) গোলোকগঞ্জ ।

১০। ধুবুৰিত প্ৰধান শস্য কি কি ?

(ক) চাউল

(খ) সৰিয়হ

(গ) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ

উত্তৰ- (গ) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ ।

Type by- Bikul Mandal