Class 4 Burha Burhi aru Siyala Chapter 1 MCQ’s Assam Jatiya Bidyalay | বুঢ়ী ছাগলী | AJB Class 4 Burha Burhi aru Siyala Chapter 1 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 1 | MCQ’s Type Question Answer |

Chapter- 1

বুঢ়ী ছাগলী

১। মানুহে এদেশৰপৰা আন দেশলৈ কি বেছিৰ বাবে ঘোড়ী ফোৰিছিল?

(ক) বয়লা

(খ) ছাগলী

(গ) মানুহ

উত্তৰ- (খ) ছাগলী ।

২। শিয়ালটোৱে এচৰ চাপি আহি ছাগলীক কি লগালে?

(ক) দাত

(খ) হাত

(গ) মাত

উত্তৰ- (গ) মাত ।

৩। কি কম জন্তু নহয়?

(ক) বাঘ

(খ) সিংহ

(গ) ছাগলী

উত্তৰ- (খ) সিংহ ।

৪। ভালুকে শিয়ালৰ কথা শুনি কি কৈছিল?

(ক) মোৰ ভয় লাগিছে

(খ) বলা ইয়াৰ পৰা যাও গৈ

(গ) বলচোন চাওঁগৈ

উত্তৰ- (গ) বলচোন চাওঁগৈ ।

৫। এইবুলি শুনি কোন ছাগলীৰ ওচৰ কোন পালেগৈ?

(ক) সিংহ

(খ) শিয়াল

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৬। ভালুকে ভয় খাই তাৰপৰা ঘুচি লৈ কাৰ ওচৰ পালেেগৈ?

(ক) শিয়ালৰ

(খ) বালুক

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৭। ছাগলীজনীক পিঠিত লৈ কোন সিংহৰ ওচৰ পালেগৈ?

(ক) শিয়াল

(খ) ভালোক

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) ভালোক ।

৮। কোনে কৈছিল তই মোক সিংহৰ ওচৰলৈ লৈ ব’ল?

(ক) সিংহ

(খ) ছাগলী

(গ) শিয়াল

উত্তৰ- (খ) ছাগলী ।

৯। তোক কোনেও একো কৰিব নোৱাৰে বুলি কোনে কাক কৈছিল?

(ক) সিংহয়ে শিয়ালক

(খ) সিংহয়ে ছাগলীক

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) সিংহয়ে ছাগলীক ।

১০। ছাগলীয়ে হাতীৰ উত্তৰ কি দিছিল?

(ক) মই সিংহৰ মাক

(খ) মই সিংহৰ মাহীয়েক

(গ) মাই সিংহৰ ভনীয়েক

উত্তৰ- (খ) মই সিংহৰ মাহীয়েক ।

Type by- Bikul Mandal