Class 4 Social Science Chapter 16 MCQ’s Sankardev School | অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প | Class 4 Social Science Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 16

অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প

১। মানুহৰ কামত লগা বিভিন্ন সামগ্ৰী উৎপাদন কৰা ব্য়ৱস্থাটোক বি বোলে?

(ক) প্ৰকল্প

(খ) কুটীৰ শিল্প

(গ) উদ্য়োগ

উত্তৰ- (খ) কুটীৰ শিল্প ।

২। বয়ন শিল্প ক’ত আছে?

(ক) শুৱালকুছি

(খ) সৰ্থেবাৰী

(গ) নলবাৰী

উত্তৰ- (ক) শুৱালকুছি ।

৩। কাঁহ শিল্প ক’ত আছে?

(ক) হাজো

(খ) সৰ্থেবাৰী

(গ) শুৱালকুছি

উত্তৰ- (খ) সৰ্থেবাৰী ।

৪। পিতল শিল্প ক’ত আছে?

(ক) আশাৰীকান্দি

(খ) শালমৰা

(গ) হাজো

উত্তৰ- (গ) হাজো ।

৫। বাঁহ শিল্প ক’ত আছে?

(ক) নলবাৰী

(খ) আশাৰীকান্দি

(গ) কৰিমগঞ্জ

উত্তৰ- (ক) নলবাৰী ।

৬। পাটী শিল্প ক’ত আছে?

(ক) শিলচৰ

(খ) কৰিমগঞ্জ

(গ) শালমৰা

উত্তৰ- (খ) কৰিমগঞ্জ ।

৭। বেত শিল্প ক’ত আছে?

(ক) নলবাৰী

(খ) তিতাবৰ

(গ) শিলচৰ

উত্তৰ- (গ) শিলচৰ ।

৮। মৃৎ শিল্প ক’ত আছে?

(ক) যোৰহাট

(খ) নগাঁও

(গ) আশাৰীকান্দি

উত্তৰ- (গ) আশাৰীকান্দি ।

৯। গহনা শিল্প ক’ত আছে?

(ক) নগাঁও

(খ) কৰিমগঞ্জ

(গ) ধুবুৰী

উত্তৰ- (ক) নগাঁও ।

১০। গেছ প্লাণ্ট উদ্য়োগ ক’ত আছে?

(ক) কঁঠালগুৰি

(খ) নামৰূপ

(গ) বঙাইগাঁও

উত্তৰ- (ক) কঁঠালগুৰি ।

Type by- Bikul Mandal