Class 8 New Science 1 Chapter 10 MCQ’s Assam Jatiya Bidyalaya | পোহৰ : প্ৰতিফলন , প্ৰতিসৰণ আৰু বৰণ | AJB Class 8 New Science 1 Chapter 10 | MCQ’s Assamese Medium | Class 8 New Science 1 Chapter 10 | MCQ’s Type Question Answer |

Chapter- 10

পোহৰ : প্ৰতিফলন , প্ৰতিসৰণ আৰু বৰণ

১। আমি কিহৰ জৰিয়তে জগতখনৰ বিষয়ে জ্ঞান আহৰণ কৰোঁ ?

(ক) মানুহৰ জৰিয়তে

(খ) পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে

(গ) চকুৰে

উত্তৰ- (খ) পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে ।

২। নিজস্ব পোহৰ থকা বস্তুক কি বোলে ?

(ক) পোহৰমান

(খ) দীপ্তিমান

(গ) এটাও নহয়

উত্তৰ- (খ) দীপ্তিমান ।

৩। নিজস্ব পেহৰ নথকা বস্তুক কি বোলে ?

(ক) অপোহৰমান

(খ) অদীপ্তিমান

(গ) এটাও নহয়

উত্তৰ- (খ) অদীপ্তিমান ।

৪। দীপ্তিমান পোহৰৰ উৎস কেই প্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰ- (খ) ২ প্ৰকাৰৰ ।

৫। পোহৰৰ স্বাভাবৱিক উৎস কি ?

(ক) জোনাকি পৰুবা , সূৰ্য, তৰা

(খ) মমশিখা , লেম্প, বৈদ্য়ুতিক বাল্ব

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জোনাকি পৰুবা , সূৰ্য, তৰা ।

৬। পোহৰৰ কৃত্ৰিম উৎস কি ?(ক) মমশিখা, লেম্প, বৈদ্য়ুতিক বাল্ব

(খ) জোনাকি পৰুবা , সূৰ্য, তৰা

(গ) এটাও নহয়

উত্তৰ- (ক) মমশিখা, লেম্প, বৈদ্য়ুতিক বাল্ব ।

৭। বিজ্ঞানৰ পৰিক্ষা-নিৰীক্ষাত কেনেধৰনৰ উৎস পোৱা জায় ?

(ক) একে ধৰনৰ

(খ) বহুধৰনৰ

(গ) এটাও নহয়

উত্তৰ- (খ) বহুধৰনৰ ।

৮।  মানুহে ক’ত পোহৰৰ উৎস আৱিষ্কাৰ কৰিছে ?

(ক) মহাকাশত

(খ) পৃথীৱিত

(গ) এটাও নহয়

উত্তৰ- (ক) মহাকাশত ।

৯। বৈদ্য়ুতিক বাল্ব, লেম্পৰ পোহৰ বিয়পি যাওঁতে কিহৰ নমাজেৰে জাই ?

(ক) বায়ুৰ

(খ) পানীৰ

(গ) মাটিৰ

উত্তৰ- (ক) বায়ুৰ ।

 ১০। ইয়াৰ ভিতৰত স্বচ্ছ পদাৰ্থ কোন বোৰ ?

(ক) বায়ু, মাটি

(খ) বায়ু, পানী, কাচ

এটাও নহয়

উত্তৰ- (খ) বায়ু, পানী, কাচ ।

১১।  চকুৰ পিনে থকা লেন্সখনক কি বোলে ?

(ক) অভিলক্ষ্য়

(খ) অভিনেত্ৰ

(গ) এটাও নহয়

উত্তৰ- (খ) অভিনেত্ৰ ।

 ১২। লক্ষ্য়বস্তুৰ পিনে থকা লেন্সখনক কি বোলে?

(ক) অভিনেত্ৰ

(খ) অভিলক্ষ্য়

(গ) এটাও নহয়

উত্তৰ- (খ) অভিলক্ষ্য় ।

১৩। কিমান চনত লিপ্পাৰছিয়ে দূৰবীণ সাজিছিল ?

(ক) ১৬০৮ চনত

(খ) ১৫৮০ চনত

(গ) ১৯৯০ চনত

উত্তৰ- (ক) ১৬০৮ চনত ।

১৪। দূৰবীণ কোনে সাজিছিল ?

(ক) গেলিলিঅ

(খ) নিউটন

(গ) লিপ্পাৰছিয়ে

উত্তৰ- (খ) নিউটন ।

১৫। সূৰ্যৰ বগা পোহৰত সাতটা ৰঙং আছে বোলি কোনে দেখুৱাইছিল ?

(ক) নিউটনে

(খ) গেলিলিঅ

(গ) লিপ্পাৰছিয়ে

উত্তৰ- (ক) নিউটনে ।

১৬। কোনো মাধ্য়মত পোহৰৰ গতিপথক কি বোলা হয়?

(ক) পোহৰৰ উৎস

(খ) ৰশ্মি

(গ) প্ৰতিফলন

উত্তৰ- (খ) ৰশ্মি ।

১৭। মিহি পৃষ্ঠই পোহৰ ভালদৰে কি কৰে?

(ক) প্ৰতিসৰণ

(খ) বৰণ

(গ) প্ৰতিফলণ

উত্তৰ- (গ) প্ৰতিফলণ ।

১৮। প্ৰতিবিম্ব গঠনৰ বাবে অতি কমেও কেডাল ৰশ্মিৰ প্ৰয়োজন?

(ক) এডাল

(খ) দুডাল

(গ) তিনিডাল

উত্তৰ- (খ) দুডাল ।

১৯। কি পোহৰত সাতোটা ৰঙৰ পোহৰ মিহলি হৈ থাকে?

(ক) ৰঙা

(খ) কলা

(গ) বগা

উত্তৰ- (গ) বগা ।

২০। প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য়বস্তুৰ আকাৰ সমাননে?

(ক) নহয়

(খ) হয়

উত্তৰ- (খ) হয় ।

Type by- Bikul Mandal