Class 8 New Science 1 Chapter 11 MCQ’s Assam Jatiya Bidyalaya | পৰমাণুৰ গঠন | AJB Class 8 New Science 1 Chapter 11 | MCQ’s Assamese Medium | Class 8 New Science 1 Chapter 11 | MCQ’s Type Question Answer |

Chapter- 11

পৰমাণুৰ গঠন

১। কিমান চনত বিজ্ঞানীকসকলে পৰমাণু আৰু অণুৰ সূত্ৰ ঠিক কৰিছিল ?

(ক) ১৮৫০ চনত

(খ) ১৮৬০ চনত

(গ) ১৯২০ চনত

উত্তৰ- (খ) ১৮৬০ চনত ।

২। কিমান চনত জি জে ষ্ট’নিয়ে ইলেকট্ৰনৰ নামকৰন কৰে ?

(ক) ১৮৯১ চনত

(খ) ১৮৯১ চনত

(গ) ১৮৯৭ চনত

উত্তৰ- (খ) ১৮৯১ চনত ।

৩।  প্ৰ ‘টন কোনে আৱিষ্কাৰ কৰিছিল ?

(ক) গ ‘ল্ডষ্টেইনে

(খ) জে জে থমছনে

(গ) ডেল্টনে

উত্তৰ- (ক) গ ‘ল্ডষ্টেইনে ।

৪। আলফা ৰশ্মি কোনে ব্য়ৱহাৰ কৰিছিল  ?

(ক) নিউট্ৰনে

(খ) ডেল্টনৰে

(গ) ৰাদাৰফ ‘ৰ্ডে

উত্তৰ- (গ) ৰাদাৰফ ‘ৰ্ডে ।

৫। কিমান চনত আলফা ৰশ্মি ব্য়ৱহাৰ কৰা হৈছিল ?

(ক) ১৯১৫ চনত

(খ) ১৯১১ চনত

(গ) ১৯৩২ চনত

উত্তৰ- (খ) ১৯১১ চনত ।

 ৬। নিউক্লিয়াছৰ চাৰিওফালে কি থাকে ?

(ক) কক্ষপথ

(খ) ৰেখা

(গ) এটাও নহয়

উত্তৰ- (ক) কক্ষপথ ।

৭। নিৰ্দিষ্ট কক্ষপথবোৰক কি কক্ষপথ বোলে ?

(ক) গতিশীল

(খ) স্থিতিশীল

(গ) এচাও নহয়

উত্তৰ- (খ) স্থিতিশীল ।

৮। পদাৰ্থৰ ক্ষুদ্ৰতম অৱস্থাটোৰ বিষয়ে গ্ৰছৰ দাৰ্শনিকসকলে কিমান বছৰৰ আগয়ে কল্পনা কৰিছিল ?

(ক) ২৫০০ বছৰৰ

(খ)২৩০০ বছৰৰ

(গ) ২৪০০ বছৰৰ

উত্তৰ- (ক) ২৫০০ বছৰৰ ।

 ৯। কিমান চনত ডেল্টন নামৰ শিক্ষক জনে পৰমাণুৰ বিশয়ে মতাবাদ আগবঢ়ায় ?

(ক) ১৮০৮ চনত

(খ) ১৯১৫ চনত

(গ) ১৭৬৫ চনত

উত্তৰ- (ক) ১৮০৮ চনত ।

১০। গ্ৰিক শব্দক এট ‘মা’ বোলি কোনে নামাকৰন কৰিছিল ?

(ক) ডিম ‘ক্ৰিটাছে

(খ) থমছন

(গ) প্ৰিষ্টলি

উত্তৰ- (ক) ডিম ‘ক্ৰিটাছে ।

১১। ইলেকট্ৰনক পদাৰ্থৰ কি উপাদান বুলিব পাৰি?

(ক) পৰমাণু বুলিব পাৰি

(খ) সাৰ্বজনীন বুলিব পাৰি

(গ) নিউক্লিয়াছ বুলিব পাৰি

উত্তৰ- (খ) সাৰ্বজনীন বুলিব পাৰি ।

১২। কিমান চনত জাৰ্মান বিজ্ঞানী ই. গ’ল্ডষ্টেইনে প্ৰ’টন আৱিষ্কাৰ কৰিছিল?

(ক) 1891 চনত

(খ) 1897 চনত

(গ) 1896 চনত

উত্তৰ- (গ) 1896 চনত ।

১৩। নিউক্লিয়াছৰ চাৰিওফালে বহু কি ঠাই থাকে?

(ক) পূৰ্ণ ঠাই

(খ) খালী ঠাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) খালী ঠাই ।

১৪। ইলেকট্ৰনটোৱে কিহৰ ৰূপত শক্তি এৰি দিয়ে?

(ক) আন্ধাৰ ৰূপত

(খ) পোহৰৰ ৰূপত

(গ) পৰমাণুৰ ৰূপত

উত্তৰ- (খ) পোহৰৰ ৰূপত ।

১৫। ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন কোন?

(ক) নিলছ ব’ৰ

(খ) ৰাদাৰফ’ৰ্ড

(গ) থমছন

উত্তৰ- (গ) থমছন ।

১৬। ___________পৰমাণুৰ নিউক্লিয়াছত নিউট্ৰন নাথাকে?

(ক) প্ৰটনৰ

(খ) 1/1h হাইড্ৰজেন

(গ) 1.6 ✖ 10 – 19

উত্তৰ- (খ) 1/1h হাইড্ৰজেন ।

১৭। তলৰ ছবিখনৰ নাম কি?

Captionless Image

(ক) ছডিয়ামৰ বিন্য়াস

(খ) অক্সিজেনৰ বিন্য়াস

(গ) হিলিয়ামৰ বিন্য়াস

উত্তৰ- (খ) অক্সিজেনৰ বিন্য়াস ।

১৮। পৰমাণু এটাৰ সকলোখিনি আধান পৰমাণুটোৰ ক’ত থাকে?

(ক) কাষত

(খ) তলত

(গ) মাজত

উত্তৰ- (গ) মাজত ।

১৯। ব’ৰ-বাৰিৰ আঁচনিমতে পৰমাণু ক্ৰমাংক কিমানলৈ ইলেকট্ৰনবোৰক সজাব পাৰি?

(ক) 12 লৈ

(খ) 15 লৈ

(গ) 18 লৈ

উত্তৰ- (গ) 18 লৈ ।

২০। কিহৰ সাহখিনি যেনিবা ধনাত্মক আধান আৰু গুটিবোৰ যেনিবা ইলেট্ৰন?

(ক) আমাৰ

(খ) আপেলৰ

(গ) মুধিৰআমৰ

উত্তৰ- (গ) মুধিৰআমৰ ।

Type by- Bikul Mandal