Class 8 New Science 1 Chapter 13 MCQ’s Assam Jatiya Bidyalaya | প্ৰদূষণ | AJB Class 8 New Science 1 Chapter 13 | MCQ’s Assamese Medium | Class 8 New Science 1 Chapter 13 | MCQ’s Type Question Answer |

Chapter- 13

প্ৰদূষণ

১। পৰিৱেশ প্ৰদূষণ কেই ধৰণৰ হ ‘ব পাৰে ?

(ক) ৩ ধৰনৰ

(খ) ২ ধৰনৰ

(গ) ৫ধৰনৰ

উত্তৰ- (খ) ২ ধৰনৰ ।

২। পৃথিৱীৰ  পৃষ্ঠৰপৰা  ১১ কিল ‘মটাৰ উচ্চতা থকা তৰপটোক কি বোলে ?

(ক) ট্ৰপ ‘স্ফিয়েৰ

(খ) অক্সিজেন

(গ) এটাও নহয়

উত্তৰ- (ক) ট্ৰপ ‘স্ফিয়েৰ ।

৩। বায়ু প্ৰদুষণৰ ফলত কি হয়  ?

(ক) খেতি নষ্ট

(খ) এছিদ বৰষুণ

(গ) এটাও নহয়

উত্তৰ- (খ) এছিদ বৰষুণ ।

৪। পৃথিৱীৰ উপৰিভাত কিমান ভাগ পানী আছে ?

(ক) ৬০ ভাগ

(খ) ৮০ ভাগ

(গ) ৭০ ভাগ

উত্তৰ- (গ) ৭০ ভাগ ।

৫। মধ্য়প্ৰদেশত ভূপালত ঘটা গেছৰ দুৰ্ঘটনাটোত কিমান জন মানুহৰ মৃত্য়ু হৈছিল ?

(ক) ৩০০ ০জন

(খ) ৪০০০ জন

(গ) ৫০০০জন

উত্তৰ- (খ) ৪০০০ জন ।

৬। কিমান শতাংশ পানী মেৰু অঞ্চলত বৰফ আৰু গ্লেছিয়াৰ হিছাপে আছে  ?

(ক) ১০%

(খ) ২%

(গ) ৫%

উত্তৰ- (খ) ২% ।

৭। পৃথিৱিৰ উপৰিভাগৰ কোমল অংশটো কি ?

(ক) পানী

(খ) মাটি

(গ) বায়ু

উত্তৰ- (খ) মাটি ।

৮। বায়ু প্ৰদূষণৰ প্ৰভাৱ গোটেই ক’তে পৰিছে?

(ক) অসমতে

(খ) ভাৰততে

(গ) পৃথিৱীতে

উত্তৰ- (গ) পৃথিৱীতে ।

৯। প্ৰদূষণে বায়ু দূষিত কৰে আৰু কি বিষাক্ত কৰি তোলে?

(ক) জুই

(খ) পৰিৱেশ

(গ) পানী

উত্তৰ- (গ) পানী ।

১০। প্ৰায়বোৰ উদ্য়োগৰপৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থবোৰত বিভিন্ন কি মিহলি হৈ থাকে?

(ক) বায়ু

(খ) ক্ষাৰ

(গ) এছিড

উত্তৰ- (গ) এছিড ।

১১। কি মাছৰ ফুলৰ ভিতৰেদি দেহৰ ভিতৰত সোমাই বিহৰ দৰে ক্ৰিয়া কৰে?

(ক) কাৱৈ মাছৰ

(খ) পুঠি মাছৰ

(গ) এম’নিয়া মাছৰ

উত্তৰ- (গ) এম’নিয়া মাছৰ ।

১২। অন্যতম সেউজ – গৃহ গেছটো হৈছে _________?

(ক) উৰ্বৰতা

(খ) বৃক্ষৰোপণৰ

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰ- (গ) কাৰ্বন-ডাই-অক্সাইড ।

১৩। দিল্লীত দৈনিক প্ৰায় কিমান নিযুত লিটাৰ মল আৰু অন্য়ান্য় আৱৰ্জনাৰ সৃষ্টি হয়?

(ক) 70,000 নিযুত

(খ) 110 নিযুত

(গ) 2,000 নিযুত

উত্তৰ- (গ) 2,000 নিযুত ।

১৪। বায়ু প্ৰদূষণে কিহত ওপৰত প্ৰভাৱ পেলায় ?

(ক) মানুহৰ

(খ) উদ্ভিদৰ

(গ) এটাও নহয়়

উত্তৰ- (খ) উদ্ভিদৰ ।

১৫। কিমান চনৰ 3 ডিচেম্বৰত মধ্য়প্ৰদেশৰ ভূপালত ঘটা গেছ দুৰ্ঘটনাটো বায়ু প্ৰদূষণৰে পৰিণাম আছিল?

(ক) 1967 চনত

(খ) 1946 চনত

(গ) 1984 চনত

উত্তৰ- (গ) 1984 চনত ।

১৬। উদ্য়োগৰপৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰত বিভিন্ন কি পদাৰ্থ মিহলি হৈ থাকে?

জুলিয়া পদাৰ্থ

উপকাৰী পদাৰ্থ

অপকাৰী পদাৰ্থ

উত্তৰ- অপকাৰী পদাৰ্থ ।

১৭। প্ৰায় কিমান শতাংশ লুণীয়া পানী হিচাবে সাগৰত আছে?

(ক) 70%

(খ) 89%

(গ) 97%

উত্তৰ- (গ) 97% ।

১৮। পানী কিহৰ প্ৰাণ?

(ক) উদ্ভিদৰ প্ৰাণ

(খ) জীৱৰ প্ৰাণ

(গ) বায়ু প্ৰাণ

উত্তৰ- (খ) জীৱৰ প্ৰাণ ।

১৯। বিভিন্ন উদ্য়োগ আদিৰ পেলনীয়া পানীৰদ্বাৰা বৰ্তমান কি নদীখন বেয়াকৈ প্ৰদূষিত হৈ পৰিছে?

(ক) বৰাক নদীখন

(খ) ব্ৰহ্মপুত্ৰ নদীখন

(গ) গংগা নদীখন

উত্তৰ- (গ) গংগা নদীখন ।

২০। ধূলিকণা , ছাই আদি উদ্ভিদৰ পাতত পৰি পাতত থকা ________ বন্ধ কৰি দিয়ে?

(ক) ট্ৰপস্ফিয়বোৰ

(খ) ৰন্ধ্ৰবোৰ

(গ) উদ্ভিদবোৰ

উত্তৰ- (খ) ৰন্ধ্ৰবোৰ ।

Type by- Bikul Mandal